• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দ কুঁৱাত আবদ্ধ যুৱতী! ২৪ ঘন্টাৰ পাছতো উদ্ধাৰত বিফল উদ্ধাৰকাৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2025 5:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১০ দিন আৱদ্ধ হৈ থকাৰ পাছত ৰাজস্থানৰ বাসিন্দা চেতনাৰ ৭০০ ফুট উচ্চতাৰ কুঁৱাৰ পৰা উদ্ধাৰ কৰি মৃত্যু হয়। সেই ঘটনাৰ পাছত গুজৰাটৰ কচ্চ জিলাতো একে ঘটনাৰ পুনৰাবৃত্তি ঘটিছে। ৫৪০ ফুট দ কুঁৱাত বাগৰি পৰে এগৰাকী ১৮ বছৰীয়া কিশোৰী। জানিব পৰা মতে, সোমবাৰে পুৱা কচ্চ জিলাৰ কান্দেৰাই গাঁৱত সংঘটিত হয় এই ঘটনা। কিন্তু চৌবিশ ঘন্টাৰ পাছতো যুৱতীগৰাকীক উদ্ধাৰ কৰিব পৰা নগ’ল।

মঙলবাৰে পুৱা ৰাজস্থানৰ প্ৰব্ৰজিত শ্ৰমিক পৰিয়ালৰ সদস্য যুৱতীগৰাকীক অক্সিজেন যোগান ধৰাৰ উপৰিও উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে। স্থানীয় উদ্ধাৰকাৰী দলৰ উপৰিও উদ্ধাৰ অভিযানত সহায়ৰ বাবে এনডিআৰ এফ আৰু বিএছএফকো মাতি অনা হৈছে।

সূত্ৰ অনুসৰি সোমবাৰে পুৱা প্ৰায় ৬:৩০ বজাত কান্দেৰাই গাঁৱত সংঘটিত হয় এই ঘটনা। ৫৪০ ফুট দ কুঁৱাত যুৱতীগৰাকী পৰিল যদিও শেহতীয়া খবৰ অনুসৰি যুদ্ধকালীন প্ৰয়াস চলিছে তেওঁক বাহিৰলৈ উলিয়াই আনিবলৈ। শেহতীয়া খবৰ অনুসৰি বৰ্তমান কুঁৱাৰ তলত ৪৯০ ফুট তলত আবদ্ধ হৈ আছে যুৱতীগৰাকী।

পৰিয়ালৰ সূত্ৰ অনুসৰি সমগ্ৰ বিষয়টো প্ৰশাসনক জনোৱা হৈছিল যদিও তেওঁলোকৰ কোনো শুনা নাযায়। কেমেৰাটো কুঁৱাৰ ভিতৰলৈ পঠোৱাৰ পাছত কথাটো স্পষ্ট হৈ পৰিল। দেখা যায় যে তেওঁ কুঁৱাৰ ভিতৰত আবদ্ধ হৈ আছে। উদ্ধাৰকাৰীয়ে জানিবলৈ দিয়া মতে যুৱতীগৰাকী অচেতন হৈ আছে। তেওঁক অনবৰতে অক্সিজেন দিয়া হৈছে।

প্ৰসংগক্ৰমে ২৩ ডিচেম্বৰত বিয়লিৰ খেলৰ সময়ত ৰাজস্থানৰ তিনি বছৰীয়া আত্মা ৭০০ ফুট দ কুঁৱাত পৰিল। প্ৰথম অৱস্থাত ১৫ ফুট গভীৰতাত আবদ্ধ হৈ আছিল যদিও পৰিয়ালৰ লোকে তেওঁক উলিয়াই আনিবলৈ চেষ্টা কৰাত শিশুটি প্ৰায় ১৫০ ফুট গভীৰতালৈ পৰি যায়।

ইয়াৰ পাছত তেওঁক উদ্ধাৰ কৰে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd