• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

The Sun: পৃথিৱীখন গিলিবলৈ আহি আছে ভোকাতুৰ সূৰ্য! শেহতীয়া গৱেষণাত চাঞ্চল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2022 9:15 am
The Sun: পৃথিৱীখন গিলিবলৈ আহি আছে ভোকাতুৰ সূৰ্য! শেহতীয়া গৱেষণাত চাঞ্চল্য
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Sun will eat Mercury, Venus, and Earth যি জীৱনদায়ী সূৰ্যৰ বাবে পৃথিৱীখন তথা জীৱকূল বৰ্তি আছে, সেই সূৰ্যই পৃথিৱীখন গিলিবলৈ আহি আছে! শুনি আচৰিত হৈছে নিশ্চয়? কিন্তু জ্যোতিৰ্বিজ্ঞানীসকলৰ শেহতীয়া গৱেষণাই এনে এক আশংকাৰ কথাকে সদৰী কৰিছে। তেওঁলোকে পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ জটিল তত্ত্ব প্ৰয়োগ কৰি বৈজ্ঞানিক ব্যাখ্যাও দিছে। কি আছে এই ব্যাখ্যাত?

ৰয়েল এষ্ট্ৰোনমিকেল জাৰ্নেলৰ প্ৰতিবেদন পঢ়ি সকলোৱে চিন্তাত মূৰত হাত দিছে। সঁচাকৈয়ে পৃথিৱীৰ ধ্বংস আসন্ন নেকি? বিজ্ঞানীসকলে তাৰো উত্তৰ দিছে।

পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ ব্যাখ্যা অনুসৰি সূৰ্য হৈছে হাইড্ৰ’জেনৰ এক বিশাল ভাণ্ডাৰ। সেইটো তেওঁৰ জীৱনীশক্তি, ইন্ধন শক্তি। সেয়ে ই বিশ্বব্ৰহ্মাণ্ডত এটা বিশাল অগ্নিপিণ্ড হৈ তাপ বিচ্ছুৰিত কৰে। আৰু সেই তাপ শক্তি আৰু পোহৰ শক্তিৰ পৰাই পৃথিৱীত প্ৰাণৰ অংকুৰণ হয়। কঠিন মাটিত সেউজীয়াৰ পৰশ, প্ৰাণৰ স্পন্দন ঘটে।

কিন্তু সকলো বস্তুৱে এদিন শেষ হৈ যায়। একেদৰে সূৰ্যৰ ভিতৰৰ ইন্ধন হাইড্ৰ’জেনো ক্ৰমান্বয়ে শেষ হৈ আহিছে। আৰু সেয়া শেষ হ’লেই ভোকাতুৰ হৈ পৰিব সূৰ্য। তেতিয়াই নামি আহিব পাৰে এক মহাজাগতিক বিপৰ্যয়।

তীব্ৰ ভোকৰ বাবে দৈত্যকায় ভোকাতুৰ সূৰ্যই এইবাৰ নিজৰ ইন্ধন সংগ্ৰহ কৰিবলৈ ইয়াৰ নিকটতম গ্ৰহবোৰৰ পিনে ঢাপলি মেলিব। সূৰ্যৰ তিনিটা নিকটতম গ্ৰহ হৈছে বুধ, শুক্ৰ আৰু পৃথিৱী।

জ্যোতিৰ্বিজ্ঞানীসকলে অনুমান কৰিছে যে সৌৰজগতত এক বৃহৎ আলোড়ন ঘটিব। ঠিক যেনেদৰে সৃষ্টিৰ সময়ত হৈছিল। এটাৰ পিছত এটাকৈ নিকটতম গ্ৰহবোৰ গিলি উজ্জ্বল তাৰুণ্য ঘুৰি আহিছিল মহাকাশৰ নক্ষত্ৰবোৰৰ। আকৌ সেই চিৰন্তন মহাজাগতিক পৰিৱৰ্তনৰ সাক্ষী হ’ব পৃথিৱী। প্ৰায় ৪৬০ কোটি বছৰ আগতে সৃষ্টি হোৱা অতীতৰ সেই পৰিস্থিতি ঘূৰি আহিব।

অৱশ্যে, সেই দিনটোলৈ এতিয়াও বহু দূৰ আছে। বিজ্ঞানীসকল তেতিয়ালৈকে মানৱ সভ্যতা জীয়াই থাকিব নে নাই তাকলৈও সন্দিহান। এই মুহূৰ্তত সূৰ্য মধ্যবয়স্ক। ইয়াৰ ভিতৰত থকা হাইড্ৰ’জেন, হিলিয়াম গেছৰ ভাণ্ডাৰ স্থিৰ হৈ আছে। সংমিশ্ৰণ পদ্ধতিত বিকিৰণ চলি আছে। তাৰ পিছত এটা সময়ত ই শীতল হৈ পৰিব আৰু এক ক্ষুধাতুৰ নক্ষত্ৰলৈ পৰিণত হ’ব। তেতিয়া হয়তো পৃথিৱী বাচি গ’লেও সূৰ্যৰ পেটত সোমাব বুধ আৰু শুক্ৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘনিষ্ঠ সম্পৰ্কতো সীমাৰেখাৰ প্ৰয়োজন; নিজে ভালে থাকিবলৈ চাওক কেনেকৈ সীমা টানিব?

ঘনিষ্ঠ সম্পৰ্কতো সীমাৰেখাৰ প্ৰয়োজন; নিজে ভালে থাকিবলৈ চাওক কেনেকৈ সীমা টানিব?

September 1, 2025 7:18 am
উচ্চতম ন্যায়ালয়ত তামিলনাডু চৰকাৰৰ বৃহৎ জয়! মন্দিৰৰ মাটিত নিৰ্মাণ হ’ব চৰকাৰী মহাবিদ্যালয়

উচ্চতম ন্যায়ালয়ত তামিলনাডু চৰকাৰৰ বৃহৎ জয়! মন্দিৰৰ মাটিত নিৰ্মাণ হ’ব চৰকাৰী মহাবিদ্যালয়

August 31, 2025 9:30 pm
কথা পাহৰা বিজেপিৰ গৃহমন্ত্ৰী অমিত শ্বাহক ৰিপুন বৰাই সোঁৱৰাই দিলে হিমন্ত বিশ্বৰ অতীত

কথা পাহৰা বিজেপিৰ গৃহমন্ত্ৰী অমিত শ্বাহক ৰিপুন বৰাই সোঁৱৰাই দিলে হিমন্ত বিশ্বৰ অতীত

August 31, 2025 9:26 pm
বিটিআৰ নিৰ্বাচনৰ বাবে ১৬জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ ইউপিপিএলৰ

বিটিআৰ নিৰ্বাচনৰ বাবে ১৬জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ ইউপিপিএলৰ

August 31, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘনিষ্ঠ সম্পৰ্কতো সীমাৰেখাৰ প্ৰয়োজন; নিজে ভালে থাকিবলৈ চাওক কেনেকৈ সীমা টানিব?

ঘনিষ্ঠ সম্পৰ্কতো সীমাৰেখাৰ প্ৰয়োজন; নিজে ভালে থাকিবলৈ চাওক কেনেকৈ সীমা টানিব?

September 1, 2025 7:18 am
উচ্চতম ন্যায়ালয়ত তামিলনাডু চৰকাৰৰ বৃহৎ জয়! মন্দিৰৰ মাটিত নিৰ্মাণ হ’ব চৰকাৰী মহাবিদ্যালয়

উচ্চতম ন্যায়ালয়ত তামিলনাডু চৰকাৰৰ বৃহৎ জয়! মন্দিৰৰ মাটিত নিৰ্মাণ হ’ব চৰকাৰী মহাবিদ্যালয়

August 31, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd