• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছত এতিয়া হিন্দুৰ বাবে সংৰক্ষণ কৰিব লাগিব : হিমন্ত বিশ্ব শৰ্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 3, 2019 7:53 am
02-02-19 Tezpur- State BJP convention (7)

তেজপুৰত বিজেপিৰ ৰাজ্যিক অধিৱেশনত শনিবাৰে ভাষণ দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছত থাকিবলৈ ২০২৬ৰ পাছত হিন্দুৱে সংৰক্ষণ বিচাৰিব লাগিব। এনআৰচি প্ৰকাশৰ পাছত কোনো শক্তি নাই যি কংগ্ৰেছক নতুনকৈ শাসনত অহাত বাধা দিব পাৰিব।‘’-তেজপুৰৰ হজৰাপুখুৰী ষ্টেডিয়ামত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক অধিৱেশনত ভাষণ দি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে।

ধুবুৰী, দক্ষিণ শালমাৰা আৰু গোৱালপাৰাত বিধায়ক কোন বুলি প্ৰশ্ন কৰি মন্ত্ৰী শৰ্মাই কয়, ‘’ গোৱালপাৰা পূব, বিলাসীপাৰা, জাগীৰোড, গোলকগঞ্জ, গৌৰীপুৰকে ধৰি এটা এটা এটাকৈ সমষ্টি তেওঁলোকৰ হাতলৈ গৈ আছে।‘’

সাম্প্ৰদায়িক মেৰুবিভাজনৰ স্পষ্ট ইংগিত দাঙি ধৰি মন্ত্ৰী হিমন্ত বিশ্বই লগতে কয়, বৰ্তমান ফোচবুক, টুইটাৰত মোক গালি পৰা আশী শতাংশ লোকেই এটা বিশেষ সম্প্ৰদায়ৰ। তেওঁলোকো বঙালীসকলৰ দৰে পূৰ্ববংগৰ পৰাই অহা। কিন্তু অসম বা ভাৰতত কাক থাকিবলৈ দিয়া হ’ব সেই সিদ্ধান্ত অসমীয়াই ল’ব। তাত বিশেষ সম্প্ৰদায়ৰ নতুন ভোটাৰসকল সোমাবলৈ কোন।‘’

আনহাতে, বিধেয়ক বিৰোধী আন্দোলনত আমছু কিয় আছে বুলি প্ৰশ্ন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে যিসকলে ৮৫৫জন শ্বহীদক হত্যা কৰিছিল তেওঁলোকেই এতিয়া জাতিৰ ত্ৰাণকৰ্তা হৈ পৰিছে। তদুপৰি, তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীত হোৱা উলংগ প্ৰতিবাদত মেহমুদ আলী আৰু মতিন সৰকাৰৰ কাম কি বুলিও প্ৰশ্ন কৰে।

ইপিনে, কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তৰুণ গগৈ পুনৰ মুখ্য মন্ত্ৰী হ’লেও আপত্তি কৰিবলগীয়া নাই কিন্তু বৰ্তমান যুৱ কংগ্ৰেছৰ ৪৫ জনীয়া সমিতিখনৰ সভাপতি, সাধাৰণ সম্পাদককে ধৰি ২৩ জনেই এটা বিশেষ সম্প্ৰদায়ৰ। সেইদৰে এনএছয়ুআইৰ উপ সভাপতি, সম্পাদককে ধৰি ৯ জনেই এটা বিশেষ সম্প্ৰদায়ৰ বুলিও তেওঁ উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কংগ্ৰেছৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙক সমালোচনা কৰি কয় যে মোডী প্ৰধান মন্ত্ৰী থকা অৱস্থাত হ’লে ভূপেন হাজৰিকাই জীৱিত কালতে ভাৰত ৰত্ন পালেহেঁতেন।

উল্লেখযোগ্য যে তেজপুৰত বিজেপিৰ ৰাজ্যিক অধিৱেশনখন চলি থকাৰ সময়ত শনিবাৰে তেজপুৰ আৰু ইয়াৰ চৌপাশৰ অঞ্চলবোৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাৱ্যস্ত কৰা হয়। অধিৱেশন চলি থকাৰ মাজতে শোণিতপুৰ জিলা আছুৰ উপৰি সংগঠনটোৰ আঞ্চলিক সমিতিসমূহে হাতে হাতে ক’লা পতাকা তথা পোষ্টাৰ-বেনাৰ আদি লৈ অধিৱেশনস্থলীলৈ যায় যদিও আৰক্ষীয়ে বাধা দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd