• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিষধৰ সাপৰ সৈতে বন্ধুত্বৰ পৰিণাম ভূগিছে নেপালে! : নেপালৰ ভূমিত পুনৰ চীনৰ দালান নিৰ্মাণ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 21, 2020 3:00 pm
index
521
VIEWS
Share on FacebookShare on Twitter

বন্ধু ৰাষ্ট্ৰ চীনে নেপালক পুনৰ বন্ধুত্বৰ পুৰস্কাৰ দিছে!

চীনে পুনৰ নেপালৰ ভূমিত অবৈধভাৱে নিৰ্মাণ কৰিছে সুবৃহৎ দালান।

নেপালৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই বাতৰি।

এই খবৰ পোৱা মাত্ৰকে নেপালৰ প্ৰধানমন্ত্ৰী অলিৰ বিৰুদ্ধে সোচ্চাৰ হৈছে নেপালৰ জনতা।

নেপালৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, কিছুদিনৰ পৰা হুমলা জিলাৰ লাপচা-লিমিত চীনৰ প্ৰশাসনে কিছু অবৈধ দালান নিৰ্মাণ কৰিছে।

বাতৰি অনুসৰি নেপালৰ স্থানীয় জনসাধাৰণে নেপালৰ ভূমিত চীনৰ এই অবৈধ দালান নিৰ্মাণ কাৰ্য বিৰোধ কৰিছে।

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত হুমলা জিলাৰ প্ৰশাসনিক মুৰব্বী দলবাহাদুৰ হামালে অঞ্চলটো পৰিদৰ্শন কৰিবলৈ যায়।

তেওঁ অঞ্চলটো পৰিদৰ্শন কৰাৰ সময়তে চীনে নেপালৰ ভূমিত অবৈধ নিৰ্মাণ কাৰ্য চলাই থকাটো নিশ্চিত হয়।

জানিব পৰা মতে যোৱা ৩০ আগষ্টৰ পৰা ৯ ছেপ্টেম্বৰৰ ভিতৰত চীনা প্ৰশাসনে নেপালৰ ভূমিত ৯ টা প্ৰকাণ্ড দালান নিৰ্মাণ কৰিছে।

“আমি প্ৰথমে লাপচা-লিমি অঞ্চলত চীনে এটা বিল্ডিং নিৰ্মাণ কৰাৰ খবৰ পাইছিলো। কিন্তু গোটেই অঞ্চলটো পৰিদৰ্শন কৰি আমি অঞ্চলটোত আৰু বহু বিল্ডিং দেখা পালো। ইতিমধ্যে নেপালৰ গৃহ মন্ত্ৰণালয়ক এই সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰা হৈছে।” দলবাহাদুৰ হামালে সংবাদ মাধ্যমৰ আগত কয়।

উল্লেখ্য যে যোৱা জুন মাহতো নেপালৰ কৃষি মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত দেশখনৰ ডোলখা, গোৰ্খা, দাৰচুলা, হুমলা, সিন্ধুপালচক আৰু বায়ুচা জিলাৰ বিভিন্ন ঠাইত চীনে আন্তকৰ্জাতিক সীমা অতিক্ৰম কৰি আহি নেপালৰ ভূমিত অবৈধভাৱে দালান নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰা হৈছিল।

Recent News

চৰম নাৰীবিদ্বেষী মানসিকতা! মিছ ৱৰ্ল্ড-২০২৫ৰ প্ৰতিযোগীক আয়োজকে যৌনকৰ্মীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ

চৰম নাৰীবিদ্বেষী মানসিকতা! মিছ ৱৰ্ল্ড-২০২৫ৰ প্ৰতিযোগীক আয়োজকে যৌনকৰ্মীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত কোনো তৃতীয় পক্ষ নাইঃ ‘বন্ধু’ ট্ৰাম্পৰ দাবীক নস্যাৎ নৰেন্দ্ৰ মোদীৰ

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত কোনো তৃতীয় পক্ষ নাইঃ ‘বন্ধু’ ট্ৰাম্পৰ দাবীক নস্যাৎ নৰেন্দ্ৰ মোদীৰ

মুখৰ ভিতৰত ঘাঁ কিয় হয়? জানো আহক প্ৰতিকাৰ

মুখৰ ভিতৰত ঘাঁ কিয় হয়? জানো আহক প্ৰতিকাৰ

কাছ সংৰক্ষণৰ আদৰ্শ মন্দিৰ ৰূপে স্বীকৃতি লাভ বিশ্বনাথৰ নাগশংকৰ মন্দিৰ

কাছ সংৰক্ষণৰ আদৰ্শ মন্দিৰ ৰূপে স্বীকৃতি লাভ বিশ্বনাথৰ নাগশংকৰ মন্দিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd