• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন ঘৰৰ সন্ধানত ৰিয়া চক্ৰৱৰ্তী; কেমেৰা দেখি ক্ষুব্ধ হৈ পৰিল সুশান্তৰ মৃত্যু গোচৰৰ মূল অভিযুক্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2021 7:42 am
WhatsApp Image 2021-01-04 at 7.13.54 AM

ফটো সৌজন্য: ছচিয়েল মিডিয়া।

288
VIEWS
Share on FacebookShare on Twitter

বিগত বৰ্ষত সংবাদ মাধ্যমৰ শিৰোণামা দখল কৰি বহুলভাৱে চৰ্চিত হৈ পৰিছিল অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী।

বলীউদৰ উদীয়মান জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ অকাল মৃত্যুক লৈ সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছিল।

অভিনেতাগৰাকীৰ মৃত্যুৰ পাছতে তেওঁৰ সৈতে ৰিয়া চক্ৰৱৰ্তীৰ সম্পৰ্কক লৈ বিভিন্ন বাতৰিও প্ৰকাশ পাইছিল।

সুশান্তৰ মৃত্যুৰ পাছতে অভিনেতাগৰাকীৰ পিতৃয়ে সুশান্তৰ প্ৰেমিকা ৰিয়াক জগৰীয়া কৰি ৰিয়া আৰু ৰিয়াৰ পৰিয়ালৰ বিৰুদ্ধে ‘আত্মহত্যাত উচটনি দিয়াৰ গোচৰ’ দাখিল কৰে।

ইপিনে, নৱবৰ্ষত নতুন ঘৰৰ সন্ধান কৰিছে সুশান্তৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীয়ে। ভাতৃৰ সৈতে মুকলিলৈ ওলাই অহা ৰিয়াৰ টী-ছাৰ্টত লিখা আছিল ‘লাভ ইছ পাৱাৰ’।

ৰিয়াৰ বিৰুদ্ধে তিনিটাকৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই, ইডি আৰু এনচিবিয়ে দাখিল কৰা এজাহাৰত অভিনেত্ৰীগৰাকীক মূল অভিযুক্ত হিচাপে ৰখা হৈছে।

আনকি ড্ৰাগছ কাণ্ডৰ গোচৰত এমাহ জে’লতো থাকিবলগীয়া হৈছে ৰিয়াই। সেইদৰে ৰিয়াৰ ভাতৃ সৌভিকে তিনিমাহ কটাবলগীয়া হৈছে জে’লত।

অৱশেষত দেওবাৰে ৰিয়া আৰু তেওঁৰ ভাতৃক প্ৰথমবাৰৰ বাবে মুকলিকৈ ওলাই অহা দেখা গ’ল।

ৰিয়াক দেখি সংবাদ মাধ্যমৰ কেমেৰাই তেওঁৰ ছবি তুলিব খোজোতেই ক্ষুব্ধ হৈ পৰে অভিনেত্ৰীগৰাকী।

স্বাভাৱিকতেই দু:স্বপ্নৰ এটা বছৰ অতিক্ৰম কৰি নৱবৰ্ষত শান্তিৰ সন্ধানত মুকলি বতাহ লোৱাৰ চেষ্টা কৰা অভিনেত্ৰী ৰিয়া সংবাদ মাধ্যমক দেখি ক্ষুব্ধ নহ’বই বা কিয়?

Recent News

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd