• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৱেম্বৰত ৰীয়াৰ সৈতে বিয়া আছিল সুশান্ত সি ৰাজপুতৰ! : নিশ্চিত কৰিলে ৰীয়াৰ প্ৰ’পাৰ্টি ডিলাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2020 8:53 am
sushant-rhea-1578620459

ফ'টো সৌজন্য- ইণ্ডিয়া টিভি

67.8k
VIEWS
Share on FacebookShare on Twitter

১৪ জুনত আত্মহত্যা কৰা বলিউদৰ প্ৰতিভাধৰ যুৱ অভিনেতা সুশান্ত সিং ৰাজপুতে প্ৰেমিকা বলিউদৰ অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল।

সুশান্তৰ এজন আত্মীয়ই সংবাদ মাধ্যমৰ আগত জনাইছিল যে চলিত বৰ্ষৰ নৱেম্বৰত মুম্বাইত সুশান্তে বিয়া কৰাৰ কথা আছিল আৰু তাৰ বাবে পৰিয়ালক প্ৰস্তুত হ’বলৈ কৈছিল।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰীয়াৰ প্ৰ’পাৰ্টি ডিলাৰে নিশ্চিত কৰিছে বিয়াৰ পূৰ্বে ৰীয়া চক্ৰৱৰ্তী আৰু সুশান্তে এটা ঘৰ বিচাৰি আছিল।

তেওঁলোকে বিয়াৰ পিছত এটা নতুন ঘৰত থকাৰ পৰিকল্পনা কৰিছিল বুলিও ৰীয়াৰ প্ৰ’পাৰ্টি ডিলাৰজনে সদৰী কৰিছে।

“তেওঁলোক দুয়ো একেলগে ঘৰ বিচাৰি আছিল।” ৰীয়াৰ প্ৰ’পাৰ্টি ডিলাৰজনে কয়।

ৰীয়াৰ প্ৰ’পাৰ্টি ডিলাৰজনক ঘৰৰ ভাড়াৰ দিয়াত সমস্যা আছিল নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “ভাড়া দিয়াত সমস্যা নাছিল। কেৱল শেহ নিশা পাৰ্টিকলৈ সমস্যা আছিল। সুশান্তে য’ত আছিল তাত শেহ নিশা পাৰ্টিৰ বাবে প্ৰতিৱেশীয়ে অভিযোগ দিছিল।”

“ৰীয়াই মোক কৈছিল, ‘মই বান্দ্ৰাত এটা ঘৰ বিচাৰি আছো আৰু মই তাত সুশান্তৰ লগত থাকিম। আমি সোনকালে বিবাহপাশত আৱদ্ধ হ’ম।” ৰীয়াৰ প্ৰ’পাৰ্টি ডিলাৰজনে কয়।

৩৪ বছৰীয়া প্ৰতিভাধৰ যুৱ অভিনেতাজন যোৱা ৬ মাহৰ পৰা মানসিক হতাশাগ্ৰস্ততাত ভুগি আছিল।

উল্লেখ্য যে, যোৱা ৬ মাহত অভিনেতাজনৰ হাতৰ পৰা প্ৰতিষ্ঠিত প্ৰডাকশ্যন হাউছৰ ছখনকৈ ছবি উলাই গৈছিল।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd