• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰ্য্যটকৰ বেশত চোৰাং চিকাৰীয়ে গঁড় হত্যাৰ পৰিকল্পনা কৰিব পাৰে: কাজিৰঙাত বন মন্ত্ৰী শূক্লবৈদ্য

উত্তম শইকীয়া by উত্তম শইকীয়া
December 19, 2018 10:51 pm
Kaziranga

বুধবাৰে কাজিৰঙাত বন মন্ত্ৰী। ছবি- নৰ্থ ইষ্ট নাও।

262
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত ১৫ ডিচেম্বৰত হোৱা গঁড় হত্যাৰ বুজ ল’বৰ বাবে বুধবাৰে কাজিৰঙাত আহি উপস্থিত হয় বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য৷

ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰা স্থান পৰিদৰ্শন কৰে৷ কাজিৰঙাত পুনৰ কেনেকৈ গঁড় হত্যা হ’বলৈ পালে তাৰ বুজ ল’বলৈহে কাজিৰঙাত উপস্থিত হোৱা বুলি মন্ত্ৰী শুক্লবৈদ্যই সাংবাদিকক জনায়।

লগতে পৰ্য্যটকৰ বেশত অহা চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰাৰ পৰিকল্পনা কৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে৷ বিভাগীয় দুৰ্বলতাও গঁড় হত্যাৰ কাৰণ হ’ব পাৰে বুলি মন্তব্য কৰি পৰিমল শুক্লবৈদ্যই অতি সোনকালে চোৰাংচিকাৰীক কৰায়ত্ত কৰাৰ কথা কয়৷

চলিত বৰ্ষত বৰ্তমানলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬টা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে ইয়াৰ ভিতৰত তেওঁ দায়িত্ব লোৱাৰ পাছত কাজিৰঙাত ৪টা গঁড়হে হত্যা হৈছে৷

বাগৰিৰ গঁড় হত্যাৰ স্থান পৰিদৰ্শনৰ পাছত গোলাঘাট, কাৰ্বি আংলং, নগাওঁ আৰু শোণিতপুৰ জিলাৰ আৰক্ষী বিষয়া, বন বিভাগৰ বিষয়া আৰু এচ টি এফৰ কমাণ্ডেণ্টৰ সৈতে মন্ত্ৰী গৰাকীয়ে এক উচ্চ স্তৰীয় বৈঠকত মিলিত হয়৷

বৈঠকত কাজিৰঙাৰ গঁড় হত্যা প্ৰতিৰোধৰ বিভিন্ন দিশ পৰ্য্যালোচনা কৰা হয়৷

Recent News

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd