• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মধ্যাহ্ন ভোজনৰ নামত ভাত আৰু হালধি! ভোকৰ বাবেই এসপ্তাহ ধৰি এনেদৰে খাদ্য গ্ৰহণ শিক্ষাৰ্থীৰ

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
July 7, 2024 3:23 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন আজৱ বিদ্যালয়৷পাচলি বিক্ৰেতাৰ ওচৰতো বাকী, গতিকে যোৱা এসপ্তাহ ধৰি মাত্ৰ চাউল আৰু হালধিৰেই পেট ভৰাইছে শিক্ষাৰ্থীয়ে, সেইটোৱেই দেশৰ এখন স্কুলৰ মধ্যাহ্ন ভোজনৰ খাদ্য তালিকা! আৰু ভোকৰ বাবেই ছাত্ৰ-ছাত্ৰীয়ে গোগ্ৰাসে খাইছে সেই খাদ্য৷

ছত্তীশগড়ৰ বিজাকুৰা গাঁৱৰ বিজাকুৰা প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। স্থানীয় পেটেল পাৰা, বলৰামপুৰ আৰু ওচৰৰ কিছুমান গাঁৱৰ ৪৩ জন শিক্ষাৰ্থীয়ে ইয়াত অধ্যয়ন কৰে।

বিষয়টো পোহৰলৈ অহাত সৃষ্টি হৈছে বিতৰ্কৰ। মধ্যাহ্ন ভোজন ৰন্ধা দায়িত্বত থকা সকলৰ মতে, টকা বাকী থকাৰ বাবে পাচলি বিক্ৰেতাই পাচলি দিয়া বন্ধ কৰি দিছে। ৰান্ধনী সুখীয়া দেৱীয়ে কয়, “তেওঁলোকে যদি আমাক শাক-পাচলি নিদিয়ে, আমি কেনেকৈ ৰান্ধিব পাৰো। গতিকে কেতিয়াবা আমি দালি আৰু ভাত দিব লাগে, কেতিয়াবা কেৱল ভাত!” এই সমস্যা স্বীকাৰ কৰিছে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে। তেওঁৰ মতে, মধ্যাহ্ন ভোজন খণ্ডত আবণ্টিত ধনৰ উপলব্ধ নোহোৱাৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছে। জিলা শিক্ষা বিষয়া দেৱেন্দ্ৰনাথ মিশ্ৰই তদন্তৰ আশ্বাস দিয়ে।

Apply Now

পৰিস্থিতিৰ বাবে চৰকাৰ আৰু বিদ্যালয় কৰ্তৃপক্ষৰ উদাসীনতাক জগৰীয়া কৰে বাসিন্দাসকলে। ছত্তীশগড়ৰ ৰাইজে অভিযোগ কৰে যে কেৱল এইখন এখন বিদ্যালয়তে নহয়, ৰাজ্যৰ বহু বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ পৰিস্থিতি এতিয়া এনেকুৱা। যদিও ৰাজ্যৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী লক্ষ্মী ৰাজৱাদে দাবী কৰিছে যে প্ৰতিখন বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীক পুষ্টিকৰ খাদ্য যোগান ধৰিছে।

২০০২ চনৰ পৰা সমগ্ৰ দেশৰ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মধ্যাহ্ন ভোজন প্ৰৱৰ্তন কৰা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়মুখী কৰি তোলা হয়, লগতে পুষ্টিৰ ব্যৱস্থাও কৰা হয়। নিয়ম অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে এসপ্তাহত কমেও এদিন মাছ বা মাংস আৰু দুদিন কণী দিব লাগে। দাইল, শাক-পাচলি দিয়াৰ ক্ষেত্ৰতো নিয়ম আছে। কিন্তু বহু ক্ষেত্ৰত চৰকাৰী নিয়ম কাগজত আবদ্ধ হৈ আছে, ঘটনাটোৱে আকৌ এবাৰ সেই কথা প্ৰমাণ কৰিলে৷

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd