• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ৱেবচাইটৰ টুইটাৰ একাউন্ট হেক : ৰাতি ৩ বজাত টুইট হেকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 3, 2020 9:23 am
index.jpgaaa
869
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ৱেবচাইট আৰু মোবাইল এপৰ টুইটাৰ একাউন্ট হেক কৰা হৈছে।

বৃহস্পতিবাৰে ৰাতি ৩ বজাত মোদীৰ একাউন্টটো হেক কৰা হৈছে আৰু ইয়াৰ পিছতে কেবাটাও টুইট কৰিছে হেকাৰে।

উক্ত টুইটকেইটাত ক্ৰিপ্টোকাৰেন্সিৰ মাধ্যমেৰে প্রধানমন্ত্রী ৰাষ্ট্ৰীয় ৰিলিফ ফাণ্ডলৈ আৰ্থিক সাহায্য বিচাৰি আবেদন কৰা হৈছিল।

ইয়াৰ পিছতে টুইটাৰ কৰ্তৃপক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউন্টটো হেক হোৱাৰ কথা স্বীকাৰ কৰিছে।

টুইটাৰ কৰ্তৃপক্ষই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হেক হোৱা টুইটাৰ একাউন্টটো সুৰক্ষিত কৰাৰ সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জনাইছে।

“আমি এই ঘটনাৰ সম্পৰ্কে সচেতন। আৰু একাউন্টটো সুৰক্ষিত কৰি ৰখাৰ বাবে আমি পদক্ষেপ লৈছো। ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। এই মুহূৰ্তত অন্য একাউন্টসমূহত ইয়াৰ প্ৰভাৱ পৰিছে বুলি আমি জানিব পৰা নাই।” টুইটাৰে এক বিবৃতিত এইদৰে উল্লেখ কৰিছে।

অৱশ্যে এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সম্পৰ্কে কোনো মন্তব্য প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, ২০১১ চনতে ‘নৰেন্দ্ৰমোদী_ইন’ নামেৰে টুইটাৰ একাউন্ট খুলিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

টুইটাৰৰ এজন সক্ৰিয় ৰাজনীতিক হিচাপে নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউন্টত ফ্ল’ৱাৰ্ছৰ সংখ্যা আছে প্ৰায় ২৫ লাখ।

“কোভিড১৯ৰ বাবে ৰাষ্ট্ৰীয় ৰিলিফ ফাণ্ডলৈ সাহায্য আগবঢ়াবলৈ আমি আবেদন জনাইছো। ভাৰতত এতিয়া ক্ৰিপ্টোকাৰেন্সি আৰম্ভ হ’ল।” প্ৰধানমন্ত্ৰী একাউন্টটো হেক কৰি ৰাতি ৩ মান বজাত এইবুলি টুইট কৰা হৈছিল।

Recent News

ফ্লিপকাৰ্ট ফ্ৰিডম চেল: বছৰৰ আটাইতকৈ কম মূল্যত পাব টেবলেট

ফ্লিপকাৰ্ট ফ্ৰিডম চেল: বছৰৰ আটাইতকৈ কম মূল্যত পাব টেবলেট

২৪ টা ঘৰ, ৩০ কোটিৰ সম্পত্তি ১৫ হাজাৰ টকা দৰমহা পোৱা কেৰাণীৰ : অভিযান চলাবলৈ গৈ স্তম্ভিত চৰকাৰী বিষয়া

২৪ টা ঘৰ, ৩০ কোটিৰ সম্পত্তি ১৫ হাজাৰ টকা দৰমহা পোৱা কেৰাণীৰ : অভিযান চলাবলৈ গৈ স্তম্ভিত চৰকাৰী বিষয়া

আমি কি এক সংকটত পতিত হৈছোঁ?

আমি কি এক সংকটত পতিত হৈছোঁ?

১০২ দিন ধৰি ডিজিটেল এৰেষ্ট : গুজৰাটৰ চিকিৎসকৰ পৰা ১৯ কোটি লুটি নিলে চাইবাৰ অপৰাধীয়ে

১০২ দিন ধৰি ডিজিটেল এৰেষ্ট : গুজৰাটৰ চিকিৎসকৰ পৰা ১৯ কোটি লুটি নিলে চাইবাৰ অপৰাধীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd