• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দ্ৰুত সুস্থ হৈ উঠিছে ঋষভ পন্ত; দুৰ্ঘটনাৰ পিছত প্ৰথমবাৰলৈ জিমত গৈ শৰীৰচৰ্চা উইকেটকীপাৰৰ!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 5, 2023 12:45 pm
দ্ৰুত সুস্থ হৈ উঠিছে ঋষভ পন্ত; দুৰ্ঘটনাৰ পিছত প্ৰথমবাৰলৈ জিমত গৈ শৰীৰচৰ্চা উইকেটকীপাৰৰ!
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাড়ী দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকাৰ পিছত প্ৰথমবাৰৰ বাবে জিমলৈ গৈছে ঋষভ পন্ত। উইকেটকীপাৰ বেটাৰগৰাকীয়ে বৃহস্পতিবাৰে নিজৰ ইনষ্টাগ্ৰামত তাৰ ফটো পোষ্ট কৰে। বৰ্তমান আই পি এলৰ উপৰিও অনাগত দিনত কেইবাখনো গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ পৰা বাদ দিয়া হৈছে পন্তক। কিন্তু তেওঁ আই পি এলৰ আৰম্ভণিতে দিল্লী কেপিটেলছৰ কেইবাখনো মেচ চাবলৈ আহিছিল। পন্তে নিজৰ সতীৰ্থসকলকো লগ পাইছে।

এমাহ আগলৈকে শুনা গৈছিল যে পন্ত ঘূৰি আহিবলৈ বহু সময় লাগিব। কিন্তু অতি সোনকালে সুস্থ হৈ উঠিছে ভাৰতীয় তাৰকা উইকেটকীপাৰ-বেটছমেনগৰাকী। অহা চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ ফিট হ’ব বুলি নিজেই আশা প্ৰকাশ কৰিছে ঋষভে। বিশ্বকাপৰ পূৰ্বে তেওঁ সম্পূৰ্ণ ফিট হ’ব পাৰে বুলিও ঘনিষ্ঠ মহলক জনাইছে।

সুস্থ হৈ উঠাৰ পিছতে ভাৰতীয় উইকেটকীপাৰগৰাকীয়ে শৰীৰচৰ্চাত মন দিছে। বৃহস্পতিবাৰে তেওঁ ইনষ্টাগ্ৰামত জিমৰ এখন ছবি পোষ্ট কৰে। অৱশ্যে ঋষভে কেনেধৰণৰ অভ্যাস কৰি আছে সেয়া জানিব পৰা হোৱা নাই।

জিমত ঋষভ পন্ত।

পন্তে জিমৰ দেৱালখনৰ ফটো এখন তুলিলে। তাত লিখা আছে, ক্ৰীড়াই প্ৰকৃততে চৰিত্ৰ গঠন নকৰে, ই চৰিত্ৰৰ বিকাশ ঘটায়। এই পোষ্টটোৰ পৰা অনুমান কৰিব পাৰি যে পন্তে সোনকালেই খেলপথাৰলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিছে।

অহা জুন মাহত ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত খেলিব। কিন্তু পন্ত ইতিমধ্যে তাৰ পৰা আঁতৰি গৈছে। আই পি এলৰ সময়ত আঘাতৰ বাবে সেই মেচত অনিশ্চিত হৈ পৰিছে কে এল ৰাহুল। চলিত বৰ্ষৰ শেষত দেশৰ মাটিত হ’ব এদিনীয়া বিশ্বকাপ। কোৱা নিস্প্ৰয়োজন যে তাত ঋষভে খেলিব পাৰিলে ভাৰত নিশ্চিতভাৱে শক্তিশালী হ’ব!

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

September 3, 2025 8:35 pm
ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

September 3, 2025 7:33 pm
মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

September 3, 2025 6:18 pm
উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক লৈ অশোভনীয় মন্তব্য কমেডিয়ান মধুৰ বিৰলীৰ!

উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক লৈ অশোভনীয় মন্তব্য কমেডিয়ান মধুৰ বিৰলীৰ!

September 3, 2025 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

September 3, 2025 8:35 pm
ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

September 3, 2025 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd