• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰবীণ অভিনেতা ঋষি কাপুৰ আৰু নাই; ৬৭ বছৰ বয়সত মুম্বাইত বিয়োগ প্ৰখ্যাত অভিনেতাগৰাকীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2020 10:30 am
75459619

প্রতিনিধিত্বনূলক ফটো, সৌজন্য- ইন্টাৰেনট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলিউদৰ প্ৰখ্যাত অভিনেতা ঋষি কাপুৰ আৰু নাই।

৬৭ বছৰ বয়সত প্ৰবীণ অভিনেতাগৰাকী আজি মুম্বাইত পৰলোকপ্ৰাপ্তি ঘটিছে।

ককৰ্ট ৰোগত আক্ৰান্ত ঋষি কাপুৰক যোৱা বুধবাৰে মুম্বাইৰ চাৰ এইচ এন ৰিলায়েঞ্চ ফাউডেশ্যনত ভৰ্তি কৰা হৈছিল।

ঋষি কাপুৰৰ জ্যেষ্ঠ ভাতৃ ৰণধীৰ কাপুৰে সংবাদ মাধ্যমক জনাইছিল যে ঋষি কাপুৰৰ স্বাস্থ্যৰ অৱনতি ঘটাত বুধবাৰে সন্ধিয়া মুম্বাইৰ চাৰ এইচ এন ৰিলায়েঞ্চ ফাউডেশ্যনত ভৰ্তি কৰোৱা হৈছিল।

বৰ্তমানলৈকে হাস্পতাল কৰ্তৃপক্ষই আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও বলিউদৰ মেগাষ্টাৰ অমিতাভ বচ্চনে নিজৰ টুইটাৰ একাউন্টত টুইট কৰি এই কথা নিশ্চিত কৰিছে।

“তেওঁ আৰু নাই…! ঋষি কাপুৰ… গুচি গ’ল… এই মাত্ৰ তেওঁৰ বিয়োগ ঘটিছে…মই বিধ্বস্ত!” মেগাষ্টাৰ গৰাকীয়ে টুইট কৰি কয়।

T 3517 – He’s GONE .. ! Rishi Kapoor .. gone .. just passed away ..
I am destroyed !

— Amitabh Bachchan (@SrBachchan) April 30, 2020

২০১৮ চনৰ পৰা ককৰ্ট ৰোগত ভুগি থকা ঋষি কাপুৰে ২০১৯ বৰ্ষত নিউয়ৰ্কত চিকিৎসা গ্ৰহণ কৰি উভতি আহিছিল। নিউয়ৰ্কত চিকিৎসা গ্ৰহণৰ পাছত তেওঁ যথেষ্ট আৰোগ্য লাভ কৰিছিল বুলি কোৱা হৈছিল যদিও যোৱা ফেব্ৰুৱাৰীৰ প্ৰথম ভাগত প্ৰবীণ অভিনেতা গৰাকীক হঠাতে দিল্লীত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

লগতে পঢ়ক : বলিউদৰ অভিনেতা ঋষি কাপুৰ চিকিৎসাধীন; ভাতৃ ৰণধীৰে ক’লে ‘তেওঁ এতিয়া অসুস্থ’

শ্ৰী ৪২০ আৰু মেৰা নাম জ’কৰ ছবিত শিশু অভিনেতাৰূপে ভুমুকি মৰা ৰাজ কাপুৰৰ দ্বিতীয় পুত্ৰ ঋষি কাপুৰে ১৯৭২ চনত দিম্পল কাপাডিয়াৰ বিপৰীতে ববীত অভিনয় কৰি বলিউদৰ ছবিত নায়ক হিচাপে যাত্ৰা আৰম্ভ কৰে।

প্ৰবীণ অভিনেতাগৰাকীয়ে বহুতো জনপ্ৰিয় ছবিত অভিনয় কৰিছিল। তাৰ ভিতৰত অমৰ আকবৰ এনন্থী, লাইলা মজনু, ৰাফো চক্কৰ, স্বৰগম, কাৰ্জ, ব’ল ৰাধা ব’ল, দিৱানা আদিয়ে প্ৰধান।

উল্লেখ্য যে কালি মুম্বাইত দেশৰ অন্য এজন প্ৰতিভাশালী অভিনেতা ইৰফান খানৰো পৰলোকপ্ৰাপ্তি ঘটে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd