• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শোকাবহ! গুজৰাটত এগৰাকী উদীয়মান মডেলৰ ৰহস্যজনক মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2025 11:51 am
120
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ এটা বন্ধ কোঠাৰ পৰা উদ্ধাৰ হৈছে এগৰাকী উদীয়মান মডেলৰ মৃতদেহ। দেওবাৰে গভীৰ নিশা ঘৰত আত্মহত্যা কৰে ২৩ বছৰীয়া কিশোৰীগৰাকীয়ে। প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে সন্দেহ কৰিছে যে তাই আত্মহত্যা কৰিছিল সম্পৰ্কত টান অহাৰ বাবে এই চৰম পন্থা গ্ৰহণ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত যুৱতীগৰাকীৰ নাম অঞ্জলি বৰ্মা। সৰুৰে পৰাই অভিনেত্ৰী হোৱাৰ সপোন আছিল গুজৰাটৰ চুৰাটৰ বাসিন্দা অঞ্জলি। সেই সপোন পূৰণ কৰিবলৈ অঞ্জলিয়ে মডেলিঙৰ জগতখনত প্ৰৱেশ কৰিছিল। ইতিমধ্যে যুৱতীগৰাকীৰ মৃত্যুক লৈ সন্দেহৰ সৃষ্টি হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি অঞ্জলিৰ ইনষ্টাগ্ৰামত ৩৭ হাজাৰ ফ’ল’ৱাৰ আছে। ইয়াৰ উপৰিও ইউটিউবতো অতি সক্ৰিয় আছিল। অঞ্জলিয়ে মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত দুটা ৰিল নিৰ্মাণ কৰিছিল বুলি সদৰী কাৰিছে আৰক্ষীয়ে। এটা ৰিলত লিখিছে, ‘আজি মই বুজি পাইছো যে মই আপোনাৰ বাবে গুৰুত্বপূৰ্ণ নহয়।’ দ্বিতীয় ৰিলত লিখিছে যে, ‘জীৱনত সকলো হেৰাই গ’লেও মই একো গুৰুত্ব নিদিওঁ। কিন্তু যেতিয়া প্ৰেমৰ অন্ত পৰে তেতিয়া ইয়াক গ্ৰহণ কৰিব নোৱাৰি।’

তদন্ত কৰি অঞ্জলিৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এই পোষ্ট দুটাৰ সন্ধান পোৱাৰ পিছত আৰক্ষীয়ে অনুমান কৰে যে তেওঁৰ সম্পৰ্কত উত্তেজনাৰ বাবেই তেওঁ আত্মহত্যা কৰে। এগৰাকী আৰক্ষী বিষয়াই কয় যে, “এই স্থানৰ পৰা এতিয়ালৈকে কোনো ছুইচাইড নোট উদ্ধাৰ হোৱা নাই। অৱশ্যে সম্পৰ্কত উত্তেজনা থকাৰ বাবেই আত্মহত্যা কৰা বুলি অনুমান কৰা হৈছে।

Tags: AnjaliVermaGujaratModelDeathMentalHealthMattersSuicideAwareness

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd