NORTHEAST NOW (Assamese)

কলিয়াবৰৰ বুঢ়াপাহাৰত খালী চিলিণ্ডাৰ কঢ়িয়াই অনা ট্ৰাক দুৰ্ঘটনাত পতিত

July 14, 2021 9:25 pm · ৰিদিপ শৰ্মা

কলিয়াবৰৰ বুঢ়াপাহাৰত খালী চিলিণ্ডাৰ কঢ়িয়াই অনা ট্ৰাক দুৰ্ঘটনাত পতিত।

বুঢ়াপাহাৰাৰ কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত WB39 B-8910 নম্বৰৰ ট্ৰাকখন।

৫০০ত কৈ অধিক খালী চিলিণ্ডাৰ কঢ়িয়াই আনি পকী পথতে পৰি ৰয় ট্ৰাকখন।

দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে চালকৰ।

জানিব পৰামতে¸ ট্ৰাকখন চামগুৰিৰ পৰা নুমলীগড়লৈ গৈ আছিল।

Related News