• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্যহস্তীৰ কৰিড’ৰত নিৰ্মাণ হ’ব আণ্ডাৰপাছ: কেবিনেটত অনুমোদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2023 5:49 pm
elephant corridor

প্ৰতিনিধিত্বমূলক ছবি

122
VIEWS
Share on FacebookShare on Twitter

অসমৰ বন্যহস্তীৰ কৰিড’ৰ সমূহত নিৰ্মাণ হ’ব পথৰ আণ্ডাৰপাছ। ৰাজ্যৰ সাতটামান হাতী কৰিড’ৰত পথৰ আণ্ডাৰপাছ নিৰ্মাণ কৰা হ’ব। অসম চৰকাৰে শেহতীয়াকৈ অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

গুৱাহাটীৰ দীপৰ বিলৰ সীমাৰেদি ওপৰলৈ আহিব এই আণ্ডাৰপাছ। অসম কেবিনেটে ৭টা হাতী কৰিড’ৰত পথৰ আণ্ডাৰপাছ নিৰ্মাণৰ বাবে বিশদ প্ৰকল্পৰ প্ৰতিবেদন (DPR) প্ৰস্তুত কৰাত অনুমোদন জনায়।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “দীপৰ বিলৰ কাষৰ আজাৰা আৰু কামাখ্যা ৰে’ল ষ্টেচনৰ মাজত ৭ টা হাতী কৰিড’ৰত আণ্ডাৰপাছ নিৰ্মাণৰ বাবে অনুমোদন দিয়া হৈছে।”

আজাৰা আৰু কামাখ্যা ৰেল ষ্টেচনৰ মাজত ৫ কিলোমিটাৰ দূৰত্বত থকা ৰেলপথৰ প্ৰায় সমান্তৰাল এই পথটো।

উত্তৰ-পূব সীমান্ত ৰে’লৱে (NFR)-ও এই সাতটা কৰিড’ৰত ভায়াডাক্ট প্ৰকল্পত কাম কৰি আছে। প্ৰকল্পসমূহৰ অধীনত মুঠ দৈৰ্ঘ্য ৩.৫ কিলোমিটাৰলৈকে সামৰি লোৱা হ’ব।

দীপৰ বিলৰ ওপৰেৰে দুটা এলিভেটেড পথ নিৰ্মাণৰ বাবেও অনুমোদন জনোৱা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

আনহাতে, গুৱাহাটীৰ আৰ কে চৌধুৰী পথৰ ডাউনটাউন হাস্পতাল, ৰাজীৱ ভৱন আৰু ফটাশিল চাৰিআলিৰ সমীপত উৰণীয়া সেতু নিৰ্মাণৰ বাবে বিশদ প্ৰকল্পৰ প্ৰতিবেদন (DPR) প্ৰস্তুত কৰাৰ বাবেও কেবিনেটে প্ৰস্তাৱ গ্ৰহণ কৰিছে।

গুৱাহাটীৰ গৰলৰ পৰা পলাশবাৰীলৈ প্ৰায় ৭.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ অসম ট্ৰাংক ৰোডৰ মেৰামতি আৰু বহল কৰাৰ বাবে বিশদ প্ৰকল্পৰ প্ৰতিবেদন (DPR) প্ৰস্তুত কৰা হ’ব বুলি জানিব পৰা গৈছে।

Recent News

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd