• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ত এ.টি.এম ভাঙি ডকাইতে লুটিলে ৪৫ লক্ষাধিক টকা: প্ৰমাণ ধ্বংসৰ বাবে জ্বলাই দিলে এ.টি.এম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2022 7:02 am
Robbers loot ATMs in Dibrugarh
139
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা অঞ্চলত সোমবাৰে দুটাকৈ এটিএমত লুত-পাত চলালে ডকাইতে। সোমবাৰে নিশা চহৰখনৰ ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু পঞ্জাৱ নেচনেল বেংকৰ দুটা এটিএমৰ পৰা ডকাইতে লুটি নিছে ৪৫.৩১ লাখ টকা।

স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়া মতে ডকাইতৰ দলটোৱে এটিএম দুটাৰ পৰা টকাখিনি লুটি লোৱাৰ পিছত প্ৰমাণ ধ্বংস কৰিবলৈ এটিএম যন্ত্ৰকেইটা জ্বলাই দিয়ে। দুয়োটা এটিএমত ক্ৰমান্বয়ে ১৪.৮ লাখ টকা আৰু ৩০.৫১ লাখ টকা আছিল বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে।

আৰক্ষীয়ে ডকাইতৰ দলটোৱে এই ডকাইতি কাণ্ডৰ বাৰে গেছ কাটাৰ আৰু অন্যান্য অত্যাধুনিক সঁজুলি ব্যৱহাৰ কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে।

স্থানীয় এজন বাসিন্দাই ঘটনা সন্দৰ্ভত দিয়া ভাষ্য মতে মাজনিশা প্ৰায় ১.৩০ বজাত তেওঁ তাঁৰ জ্বলাৰ দৰে এক গোন্ধ পাই আৰু শ্বৰ্ট চাৰ্কিটৰ সন্দেহ কৰি ঘৰৰ পৰা ওলাই আহে।

বাহিৰত ভালদৰে লক্ষ্য কৰাৰ পাছতে ব্যক্তিগৰাকীয়ে তেওঁৰ ঘৰৰ কাষতে থকা দুটা এটিএমৰ পৰা ক’লা ধোঁৱা ওলাই থকা প্ৰত্যক্ষ কৰে। তাৰ পিছতেই তেওঁ লগে লগে আৰক্ষী, বিদ্যুৎ কাৰ্যালয় আৰু অগ্নি নিৰ্বাপক বাহিনীক অৱগত কৰে।

আনহাতে ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) বিতুল চেতিয়াই কয় যে এটিএম চোৰে চুৰিৰ বাবে এই নতুন পদ্ধতি অৱলম্বন কৰিছে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰাৰ লগতে এই ডকাইতৰ দলটো আন বহি: ৰাজ্যৰ বুলি সন্দেহ প্ৰকাশ কৰিছে।

Recent News

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd