• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰোহিত শৰ্মাৰ নাম ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে মনোনীত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 18, 2020 7:08 pm
cwc-2019-ind-vs-sl-rohit-sharma-century-770x435

ৰোহিত শৰ্মা। ফটো উৎস-ইণ্টাৰনেট

245
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন  ৰোহিত শৰ্মা আৰু অলিম্পিয়ান মল্লযোদ্ধা বিনেশ কুমাৰকে ধৰি চাৰি গৰাকী ক্ৰীড়াবিদৰ নাম ক্ৰীড়া মন্ত্ৰ্যালয়ৰ নিৰ্বাচক সমিতিয়ে চলিত বৰ্ষৰ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে নিৰ্বাচিত কৰিছে।

ৰোহিত শর্মা আৰু বিনেশ কুমাৰৰ উপৰিও টেবল টেনিছ খেলুৱৈ মনিকা বাট্ৰা আৰু পেৰা অলিম্পিকত সোণৰ পদক বিজয়ী লং জাম্পাৰ মাৰিয়াপ্পান থাংগাভেলুৰ নামো ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে নিৰ্বাচক সমিতিয়ে নিৰ্বাচন কৰিছে।

ক্ৰীড়া মন্ত্ৰ্যালয়ৰ ১২ গৰাকী নিৰ্বাচক সমিতিয়ে খেল ৰত্ন বঁটাৰ বাবে নিৰ্বাচিত খেলুৱৈ সকলৰ নাম নিৰ্বাচন কৰে।

উল্লেখযোগ্য যে, ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন ৰোহিত শৰ্মা ভাৰতীয় এদিনীয়া দলৰ সহ-অধিনায়ক হিচাপে থকাৰ লগতে আই পি এলত মুম্বাই ইণ্ডিয়ানছক নেতৃত্ব প্ৰদান কৰি আছে।

Recent News

ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত জনতা দলৰ(এছ)ৰ প্ৰাক্তন সাংসদ প্ৰজ্জ্বল ৰেভান্না

ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত জনতা দলৰ(এছ)ৰ প্ৰাক্তন সাংসদ প্ৰজ্জ্বল ৰেভান্না

বিশ্বৰ সৰ্ববৃহৎ অৰ্কিড সংৰক্ষণ কেন্দ্ৰ হিচাপে পৰিগণিত কাজিৰঙা অৰ্কিড পাৰ্ক

বিশ্বৰ সৰ্ববৃহৎ অৰ্কিড সংৰক্ষণ কেন্দ্ৰ হিচাপে পৰিগণিত কাজিৰঙা অৰ্কিড পাৰ্ক

বাৰাণসীত মুছলমান ছোৱালীক ব’লব’ম যাত্ৰীৰ নিৰ্যাতন! ভুক্তভোগী পৰিয়ালৰ বিৰুদ্ধে এফআইআৰ দাখিল আৰক্ষীৰ

বাৰাণসীত মুছলমান ছোৱালীক ব’লব’ম যাত্ৰীৰ নিৰ্যাতন! ভুক্তভোগী পৰিয়ালৰ বিৰুদ্ধে এফআইআৰ দাখিল আৰক্ষীৰ

“বিদেশ মন্ত্ৰী এচ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক অনতিপলমে সলনি কৰক প্ৰধানমন্ত্ৰীয়ে’’ : দাবী গৌৰৱ গগৈৰ

“বিদেশ মন্ত্ৰী এচ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক অনতিপলমে সলনি কৰক প্ৰধানমন্ত্ৰীয়ে’’ : দাবী গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd