• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰোজগাৰ মেলাত ৭৫,০০০ জনক নিযুক্তি প্ৰদান, কোভিডক দোষ দি দায় সাৰিলে মোদীয়ে!

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 22, 2022 9:07 pm
narendramodi
124
VIEWS
Share on FacebookShare on Twitter

কোটি কোটি নিৱনুৱাৰ ভৰত ভাৰাক্ৰান্ত ভাৰত।এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰোজগাৰ মেলা মুকলি কৰে। অনুষ্ঠান মুকলি কৰি মোদীয়ে কয় যে বিশ্বৰ কেইবাখনো দেশৰ ওপৰত কোভিড-১৯ মহামাৰীৰ অৰ্থনৈতিক প্ৰভাৱ পৰিছে। ভাৰতে তেনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কাম কৰি আছে। চৰকাৰী চাকৰিৰ বাবে আবেদন কৰা ৭৫,০০০ জনক আজি মোদীয়ে নিযুক্তি পত্ৰ বিতৰণ কৰে।

এই সম্পৰ্কীয় “ৰোজগাৰ মেলা”ত ভাষণ দি মোদীয়ে কয় যে চৰকাৰে যুৱক-যুৱতীৰ বাবে যিমান সম্ভৱ সিমান চাকৰিৰ সুযোগ সৃষ্টি কৰাৰ বাবে কাম কৰি আছে। তেওঁ কয় “এইটো সঁচা যে গোলকীয় পৰিস্থিতি ভয়ংকৰ। কেইবাটাও বৃহৎ অৰ্থনীতিৰ সংকটে বিশ্বক জোকাৰি গৈছে। কেইবাখনো দেশত উচ্চ মুদ্ৰাস্ফীতি আৰু নিবনুৱাৰ সংখ্যা সৰ্বকালৰ ভিতৰতে সৰ্বাধিক হৈছে”। তেওঁ লগতে কয় যে কোভিড মহামাৰীৰ পৰৱৰ্তী প্ৰভাৱ ১০০ দিনৰ ভিতৰত নাইকিয়া নহ’ব। কিন্তু ভাৰতে এই ক্ষেত্ৰত নতুন পদক্ষেপ গ্ৰহণ কৰিছে আৰু দেশক এই সমস্যাবোৰৰ পৰা দূৰত ৰাখিবলৈ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ কৌশল ৰচনা কৰিছে।

উল্লেখ্য চলিত বৰ্ষৰ জুন মাহত প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগক মিছন মোডৰ জৰিয়তে ১০ লাখ পদ নিয়োগ কৰিবলৈ নিৰ্দেশ দিছিল। সকলো চৰকাৰী বিভাগ আৰু মন্ত্ৰালয়ৰ মানৱ সম্পদৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে এই নিৰ্দেশনা দিছিল।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd