• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ ৬.৪৫ কোটি টকাৰ নিচাযুক্ত টেবলেট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2025 4:11 pm
61
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে পুৱা গুৱাহাটী ৰে’ল ষ্টেচনত শিলচৰ – ছেকেণ্ডৰাবাদ এক্সপ্ৰেছত যাত্ৰা কৰা এজন যাত্ৰীৰ পৰা ৰে’লৱে সুৰক্ষা বাহিনী আৰু নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাই জব্দ কৰে যথেষ্ট পৰিমাণৰ নিচাযুক্ত টেবলেট।

খবৰ অনুসৰি, পুৱা ৬.৪০ বজাত ৰে’লখন ৪ নম্বৰ প্লেটফৰ্মত উপস্থিত হোৱাৰ লগে লগে আৰম্ভ হোৱা এই অভিযানত বৈধ টিকট অবিহনে যাত্ৰা কৰা এজন সন্দেহযুক্ত ব্যক্তিক আটক কৰা হয়।

ব্যক্তিজনৰ পৰা সাতটা প্লাষ্টিকৰ পেকেটত মেৰিয়াই থোৱা ১.৫ কেজি য়াবা টেবলেট উদ্ধাৰ হয়, যাৰ মূল্য প্ৰায় ৬.৪৫ কোটি টকা।

আটকাধীন ব্যক্তিজন পশ্চিমবংগৰ কুচবিহাৰৰ দীনহাটাৰ ফালিমাৰীৰ ২২ বছৰীয়া যুৱক ৰচিদ হক।

ইতিমধ্যে গোচৰ ৰুজু কৰি ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে নিচাযুক্ত দ্ৰব্যখিনি নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাক গতাই দিছে ৰে’লৱে আৰক্ষীয়ে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

আয়াৰলেণ্ডত বৃদ্ধি পাইছে ভাৰতীয় বিদ্বেষ; সতৰ্কতা জাৰি দূতাবাসৰ, কি ঘটিছে তাত?

আয়াৰলেণ্ডত বৃদ্ধি পাইছে ভাৰতীয় বিদ্বেষ; সতৰ্কতা জাৰি দূতাবাসৰ, কি ঘটিছে তাত?

অৱশেষত আৰক্ষীৰ জালত বৰপথাৰ নিগ্ৰহ ঘটনাৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠ

অৱশেষত আৰক্ষীৰ জালত বৰপথাৰ নিগ্ৰহ ঘটনাৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠ

ভঙা বিয়া জোৰা লগোৱাৰ চেষ্টা চাইনা-কাশ্যপৰ; বিচ্ছেদ ঘোষণাৰ ১৯ দিনৰ ভিতৰতে মন সলনি

ভঙা বিয়া জোৰা লগোৱাৰ চেষ্টা চাইনা-কাশ্যপৰ; বিচ্ছেদ ঘোষণাৰ ১৯ দিনৰ ভিতৰতে মন সলনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd