• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিন্দী ভাষাক বাধ্যতামূলক তৃতীয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰাৰ পোষকতা আৰএছএছ-বিজেপিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2025 5:43 pm
759
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ আৰ এছ এছ আৰু বিজেপিৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা বিদ্যালয়সমূহত হিন্দী ভাষাক বাধ্যতামূলক তৃতীয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰাৰ এক প্ৰস্তাৱ কৰিছে। এই প্ৰস্তাৱৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰি থানে জিলাৰ ভীৱণ্ডী পূৱৰ সমাজবাদী পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ৰাইছ শেইখ কয় এই প্ৰস্তাৱে হিন্দী ভাষাক “প্ৰধান ভাষা” হিচাপে মান্যতা প্ৰদানৰ এক বৃহৎ ৰাষ্ট্ৰীয় এজেণ্ডাৰ অংশ বুলি অভিহিত কৰিছে।

বৰ্তমান মহাৰাষ্ট্ৰৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলে প্ৰথম শ্ৰেণীৰ পৰাই মাৰাঠী আৰু ইংৰাজী ভাষা অধ্যয়ন কৰিবলগীয়া হয়। এই ক্ষেত্ৰত তৃতীয় ভাষা হিচাপে হিন্দীক বাধ্যতামূলক কৰাৰ প্ৰস্তাৱক লৈ বহুতে আপত্তি প্ৰকাশ কৰিছে। বিধায়ক শেইখৰ মতে যদি চৰকাৰে হিন্দীক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লয়, তেন্তে ই পঞ্চম শ্ৰেণীৰ পৰা আৰম্ভ কৰা উচিত।

ইয়াৰ উপৰিও তেওঁ কয় যে, এই সিদ্ধান্তৰ বিৰুদ্ধে বহুতো বিৰোধী দল সহমতত উপনিত হৈছে, আৰু তেওঁ এই সামূহিক স্থিতিক সমৰ্থন জনায়। এই প্ৰসঙ্গত শেইখে  ঘোষণা কৰে যে তেওঁ সমাজবাদী পাৰ্টীৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে আলোচনা কৰি অহা ৫ জুলাইত মুম্বাইত মাৰাঠী ভাষাৰ সমৰ্থনত আয়োজন কৰা এক সমদলত অংশগ্ৰহণ কৰিব।

Tags: BJPHindiImpositionLanguagePoliticsMaharashtraEducationMarathiLanguageRaeesShaikhRSSSchoolCurriculum

Recent News

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd