• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মই ভূমিপুত্ৰ, মাতৃভূমিৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰিব নোৱাৰো

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
January 8, 2020 10:13 pm
Assam CM Sonowal

সর্বানন্দ সোণোৱালৰ ফাইল ফটো।

1.2k
VIEWS
Share on FacebookShare on Twitter

অসমত চলিত নাগৰিকত্ব (সংশোধন) আইন ২০১৯বিৰোধী আন্দোলনক সমালোচনা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে কয় যে তেওঁ এগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে মাতৃভূমিৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰিব নোৱাৰে।

ধেমাজিত বিজেপিৰ “ঐক্য সমদল”ত ভাগ লৈ সোণোৱালে কয় যে বিৰোধী কংগ্ৰেছকে ধৰি আন্দোলনকাৰী দল-সংগঠনসমূহে কা সন্দৰ্ভত মানুহক ভুল পথেৰে পৰিচালিত কৰি আৱেগৰ সৃষ্টি কৰিছে।

“আৱেগ কাগজৰ জুইৰ নিচিনা, নুমাবলে বেছি সময় নালাগে,” বিজেপিৰ শাসনত নিৰ্ভয়ে থাকিবলৈ আহ্বান জনাই সোণোৱালে কয়।

তেওঁৰ চৰকাৰে ভূমিপুত্ৰসকললৈ মাটিৰ পট্টা দিয়াৰ কথা উল্লেখ কৰি সোণোৱালে কয় যে ইয়াৰ জৰিয়তে খিলঞ্জীয়াৰ ভূমি অধিকাৰ সুৰক্ষিত কৰিব খোজা হৈছে।

কা-ই খিলঞ্জীয়াৰ অলপো ক্ষতি নকৰে বুলি দাবী কৰি সোণোৱালে কয় যে তেওঁৰ চৰকাৰ অসমীয়া খিলঞ্জীয়া সম্প্ৰদায়সমূহৰ ভাষিক, সাংস্কৃতিক আৰু পৰম্পৰাৰ সুৰক্ষা আৰু প্ৰসাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

“নৃগোষ্ঠীয় জনজাতিৰ সমাজ-সাংস্কৃতিক বিকাশৰ বাবে বহুকেইখন আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে বৈচিত্ৰ্যতাৰ মাজত ঐক্য আৰু অখণ্ডতাৰ বিকাশৰ বাবে কাম কৰি আছে,” মুখ্য মন্ত্ৰীয়ে কয়।

The unity march in Dhemaji today.

It’s a walk for peace, it’s a walk for progress. We walk amongst the masses, with the masses, shoulder to shoulder reiterating that the indigenous people of Assam will forever remain the destiny makers of our state. pic.twitter.com/8fPQj3Le1n

— Sarbananda Sonowal (@sarbanandsonwal) January 8, 2020

আনহাতে তেওঁৰ চৰকাৰে এখন শুদ্ধ আৰু বিদেশীমুক্ত এন আৰ চি কৰিবলৈ চেষ্টা কৰিছিল বুলি দাবী কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে কিছুমান প্ৰভাৱশালী সংগঠনে প্ৰক্ৰিয়াটোক বিপথে নিলে।

“আপোনালোক সকলোৱে জানে,” কোনো সংগঠনৰ নাম নোলোৱাকৈ সোণোৱালে কয়।

সোণোৱালৰ উপৰি সভাত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস আদিও উপস্থিত আছিল।

সভাৰ পিছতে বহুহাজাৰ বিজেপি, অগপ, সন্মিলিত গণশক্তি আৰু বি পি এফ সমৰ্থকে কটকটীয়া নিৰাপত্তাৰ মাজত ধেমাজি চহৰৰ মাজেৰে এক মৌন সমদল বাহিৰ কৰে।

Recent News

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd