• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষ্ণাইত অহা ৪ জানুৱাৰিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব গ্ৰাম্য ক্ৰীড়া সমাৰোহ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
December 30, 2018 10:12 pm
Krishnai sports

ফটো : নৰ্থ-ইষ্ট নাও

395
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া পশ্চিম ভেলাখামাৰ বাকৰিত বিগত বছৰসমূহৰ দৰে এইবেলিও থলুৱা খেল-ধেমালি ভিত্তিক গ্ৰাম্য ক্ৰীড়া সমাৰোহখনিৰ আয়োজন কৰা হৈছে ৷ হালোৱা সংগ্ৰাম সমিতিৰ উদ্যোগত অহা ৪,৫ আৰু ৬ জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে সমাৰোহখনি অনুষ্ঠিত হ’ব।

উল্লেখ্য যে বিভিন্ন থলুৱা ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ’বলগীয়া এই সমাৰোহৰ প্ৰস্তুতি সম্প্ৰতি একেবাৰে তুংগত। অনুষ্ঠান সন্দৰ্ভত জানিবলৈ দি হালোৱা সংগ্ৰাম সমিতিৰ সম্পাদক আনোৱাৰ হুছেইনে কয় যে এইবেলি মুঠ তিনিদিনীয়াকৈ আয়োজিত সমাৰোহখনিৰ প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰিব সদ্য নিৰ্বাচিত পঞ্চায়ত সদস্য ৰেজাবুদ্দিন আহমেদে ৷ ৮:৩০ বজাত খেল ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰিব কাৰাটে খেলুৱৈ মুস্তাক হুছেইনে। ৫ জানুৱাৰীৰ দিনটোত অনুষ্ঠিত হ’ব বিভিন্ন প্ৰতিযোগিতামূলক খেল-ধেমালি।

আনহাতে অন্তিম দিনা অৰ্থাৎ ৬ জানুৱাৰীৰ পুৱা ৯ বজাত অনুষ্ঠিত হ’ব ভেশচন প্ৰতিযোগিতা। সিদিনা আবেলি ২ বজাৰ পৰা মকবুল হুছেইনৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ’ব।

উল্লেখ্য যে গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলম, হাব্ৰাঘাট মহাবিদ্যালয়, কৃষ্ণাইৰ অধ্যক্ষ ড° মন্টু কুমাৰ দাস, অঁনাতাৰ শিল্পী ৰহিমা বেগম কলিতা আৰু সাংবাদিক চৈয়দ ৰবিউল হকে মুকলি সভাৰ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব। তদুপৰি মুকলি সভাতে প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হ’ব ৷

Recent News

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd