• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাল খবৰ! চলিত বছৰৰ ছেপ্টেম্বৰ মাহত উপলব্ধ হ’ব বিশ্বৰ প্ৰথমটো কেন্সাৰ ৰোগৰ ভেকচিন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2025 12:41 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত উপলব্ধ হ’ব ৰাছিয়াত নিৰ্মিত কেন্সাৰৰ ভেকচিন। দেশখনৰ গামালেয়া ৰিচাৰ্চ ইনষ্টিটিউটৰ সঞ্চালক আলেকজেণ্ডাৰ গিণ্টছবাৰ্গে সোমবাৰে ৰাছিয়াৰ মূল চৰকাৰী সংবাদ সংস্থা আৰ আই এ নভোষ্টিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই তথ্য প্ৰকাশ কৰে।

তেওঁ কয় যে চিকিৎসা ক্ষেত্ৰত এই ভেকচিন ব্যৱহাৰৰ বাবে আমি ইতিমধ্যে স্বাস্থ্য মন্ত্ৰালয়ৰ ওচৰত অনুমোদনৰ বাবে আবেদন জনাইছো। আমাৰ এটা ধাৰণা পাইছো যে আগষ্ট মাহৰ শেষ হোৱাৰ পূৰ্বে মন্ত্ৰালয়ে হয়তো অনুমোদন দিব। মন্ত্ৰালয়ে অনুমোদন দিলে অহা ছেপ্টেম্বৰৰ পৰা এই ভেকচিন চিকিৎসা ক্ষেত্ৰত ব্যৱহাৰ কৰা সম্ভৱ হ’ব।’

যদিহে ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে অনুমোদন দিয়ে তেন্তে গামালিয়েলৰ ভেকচিন হ’ব বিশ্বৰ প্ৰথমটো কেন্সাৰ ভেকচিন। এই নতুন ভেকচিনটো mRNA প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে। mRNA মূলতঃ এক প্ৰকাৰৰ প্ৰ’টিন যিয়ে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক কোনো বিশেষ ৰোগ বা ৰোগৰ বিৰুদ্ধে প্ৰশিক্ষিত কৰি তোলে।

গিন্টছবাৰ্গে কয় যে যিসকল লোকে ইতিমধ্যে কেন্সাৰ ৰোগত আক্ৰান্ত হৈছে তেওঁলোকক এই ভেকচিন দিব পৰা যাব। ভেকচিনৰ মূল ঔষধ মানৱ শৰীৰত প্ৰৱেশ কৰাৰ পিছত কম সময়ৰ ভিতৰতে ই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক বিশেষভাৱে প্ৰশিক্ষিত কৰে। এই প্ৰশিক্ষিত ৰোগ প্ৰতিৰোধ ক্ষমতাই প্ৰথমে ক্ষতিকাৰক কৰ্কট কোষক চিনাক্ত কৰে আৰু তাৰ পিছত ধ্বংস কৰে।

কৰ্কট ৰোগৰ সাধাৰণতে ৩টা পৰ্যায় থাকে – প্ৰাথমিক, মাধ্যমিক, আৰু তৃতীয় পৰ্যায়। এই ভেকচিন প্ৰাৰম্ভিক পৰ্যায়ত আটাইতকৈ ফলপ্ৰসূ। অৱশ্যে গিণ্টছবাৰ্গে আৰ আই এ নভ’ষ্টিক জনাইছে যে মধ্যম পৰ্যায়ৰ কৰ্কট ৰোগীয়েও এই ভেকচিনৰ দ্বাৰা উপকৃত হ’ব।

ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ২০২৩ চনৰ হিচাপ অনুসৰি বৰ্তমান দেশখনত ৪০ লাখ কৰ্কট ৰোগী আছে আৰু প্ৰতি বছৰে প্ৰায় ৬ লাখ ২৫ হাজাৰ ৰোগী কৰ্কট ৰোগত আক্ৰান্ত হয়।

গামালিয়া ইনষ্টিটিউট বিশ্বৰ অন্যতম শীৰ্ষ অণুজীৱবিজ্ঞান আৰু চিকিৎসা গৱেষণা কেন্দ্ৰ। এই কোম্পানীয়ে প্ৰস্তুত কৰিছে বিশ্বৰ প্ৰথমটো কৰ’না ভেকচিন স্পুটনিক ৫। ৰাছিয়াৰ উপৰিও গামালিয়াৰ স্পুটনিক ৫ ভেকচিন বিশ্বৰ ৫৫ খনতকৈও অধিক দেশত কৰ’না মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ব্যৱহাৰ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd