• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Russian Journalist detained: টিভি লাইভত ইউক্ৰেইন যুদ্ধৰ বিৰোধিতা কৰা ৰাছিয়ান সাংবাদিকক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2022 2:43 pm
161
VIEWS
Share on FacebookShare on Twitter

Russian Journalist detained ৰাছিয়াই যোৱা ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰিছিল। ৰাছিয়াৰ সাংবাদিক মেৰিনা ওভচানিকোভাক এই অভিযানৰ বিৰুদ্ধে তেওঁৰ স্থিতিৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।

দেওবাৰে ৪৪ বছৰীয়া মহিলা সাংবাদিকগৰাকীৰ অধিবক্তাই তেওঁক আটক কৰি ৰখাৰ কথা নিশ্চিত কৰে। অৱশ্যে ক্ৰেমলিনে এতিয়ালৈকে এই বিষয়ত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

লগতে পঢ়ক: Gunman killed 3 in US Mall: আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্বপিং মলত বন্দুকধাৰীৰ আক্ৰমণত নিহত ৩ জন

ৰাছিয়াৰ আৰক্ষীয়ে এটা লাইভ টিভি অনুষ্ঠানৰ সময়ত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা মেৰিনা ওভচানিকোভাক আটক কৰে।

এই সন্দৰ্ভত তেওঁৰ সহকৰ্মীসকলে মেৰিনাৰ টেলিগ্ৰাম একাউণ্টত তেওঁক আটকৰ বিষয়ে অৱগত কৰি এটা পোষ্ট কৰি কৈছে যে তেওঁ এতিয়া ক’ত আছে সেয়া এতিয়াও জানিব পৰা নাই।

টেলিগ্ৰাম পোষ্টত তিনিখন ফটোও শ্বেয়াৰ কৰা হৈছে। তাত চাইকেল চলাই থকাৰ সময়তে দুজন আৰক্ষী বিষয়াই সাংবাদিক মেৰিনাক এখন বগা ভানত লৈ যোৱা দেখা গৈছে।

লগতে পঢ়ক: India clinch ODI series against England: পণ্টৰ দমনীয় শতক,পাণ্ডিয়াৰ অলৰাউণ্ড প্ৰদৰ্শনেৰে এদিনীয়া শৃংখলা দখল ভাৰতৰ

মেৰিনাৰ অধিবক্তা দিমিত্রি জাখভাটভে ৰিয়া-নোভোস্তি সংবাদ সংস্থাক তেওঁক আটক কৰাৰ কথা নিশ্চিত কৰি কয় যে তেওঁ ওভচানিকোভাক ক’ত লৈ যোৱা হৈছে সেয়া নাজানে।

তেওঁ কয় যে এই গ্ৰেপ্তাৰ তেওঁৰ যুদ্ধৰ প্ৰতিবাদৰ সৈতে জড়িত।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd