• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুৰাপায়ীৰ বাবে ডাঙৰ খৱৰ! চেলেঞ্জ লৈ য়ুটিউবাৰৰ লাইভত ১.৫ লিটাৰ Vodka পান; হেৰুৱালে প্ৰাণ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2021 7:36 pm
representative_505_060221120932

প্ৰতিনিধিত্বমূলক ফটো।

403
VIEWS
Share on FacebookShare on Twitter

লাইভ ষ্ট্ৰিমিঙত ভদকা খোৱাৰ চেলেঞ্জ লৈছিল তেওঁ। তাকো পেগত নহয়, একেবাৰে ১.৫ লিটাৰ গলাধকৰণৰ। য়ুটিউবত লাইভ ষ্ট্ৰিমিং চলি থকাৰ মাজতে সেই চেলেঞ্জ দেখুৱাবলৈ গৈ প্ৰাণ গ’ল ৬০ বছৰীয়া ৰাছিয়ান ব্যক্তিজনে।

আনহাতে, দৰ্শকসকলে এই ঘটনাৰ ভয়ংকৰ পৰিস্থিতিটো এতিয়াও মনৰ পৰা মচি পেলাব পৰা নাই।

বাতৰি অনুসৰি, ‘গ্ৰেণ্ডফাদাৰ’ নামেৰে পৰিচিত ৰাছিয়ান ব্যক্তিগৰাকীক এক য়ুটিউবাৰে ইয়াৰ বাবে ধনৰ অফাৰ দিছিল। চেলেঞ্জ লোৱা বা দিয়াৰ লাইভ ষ্ট্ৰিমিং কৰা আৰু ইয়াক এক প্ৰতিযোগিতামূলক ৰূপত তুলি ধৰাটো বৰ্তমান ছচিয়েল মিডিয়াত সুলভ হৈ পৰিছে।

সংবাদমাধ্যমৰ বাতৰি অনুসৰি সেই ৰাছিয়ান ব্যক্তিজনে এক শকত ধনৰ বিনিময়ত সেই চেলেঞ্জ গ্ৰহণ কৰিছিল। আনহাতে, এজন য়ুটিউবাৰে তেওঁক ধনৰ বিনিময়ত মদ বা গৰম ছচ খোৱাৰ বাবে চেলেঞ্জ আগবঢ়াইছিল।

বাতৰি মতে, একেলগে ১.৫লিটাৰ ভদকা পান কৰিয়েই ব্যক্তিজন লগে লগে মৃত্যু মুখত পৰে। সেই মৃত্যুৰ দৃশ্য দৰ্শকে লাইভত দেখিবলৈ পায়।

এনে ঘটনাৰ পাছতে ৰাছিয়াত বহুতেই এনে চেলেঞ্জ নিষিদ্ধ কৰাৰ দাবী কৰিছে।

Recent News

অসম, অৰুণাচল, নাগালেণ্ড আৰু মিজোৰামৰ বন ধ্বংসৰ বাবে উচ্চস্তৰীয় কমিটী গঠনৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসম, অৰুণাচল, নাগালেণ্ড আৰু মিজোৰামৰ বন ধ্বংসৰ বাবে উচ্চস্তৰীয় কমিটী গঠনৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অৰ্ধ উলংগ হৈ নাবালক ছাত্ৰলৈ ভিডিঅ’ কল শিক্ষয়িত্ৰীৰ! অভিভাৱকৰ অভিযোগত গ্ৰেপ্তাৰ

অৰ্ধ উলংগ হৈ নাবালক ছাত্ৰলৈ ভিডিঅ’ কল শিক্ষয়িত্ৰীৰ! অভিভাৱকৰ অভিযোগত গ্ৰেপ্তাৰ

প্ৰধানমন্ত্ৰী মোদীক উচিত প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

প্ৰধানমন্ত্ৰী মোদীক উচিত প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

মানৱ ধৰ্ম পালন কৰাই কাল হ’ল! চুবুৰীয়াক চিকিৎসালয়লৈ নি ৩৯৫ দিন জেলত কটাবলগীয়া হ’ল মধ্যপ্ৰদেশৰ এজন যুৱকে

মানৱ ধৰ্ম পালন কৰাই কাল হ’ল! চুবুৰীয়াক চিকিৎসালয়লৈ নি ৩৯৫ দিন জেলত কটাবলগীয়া হ’ল মধ্যপ্ৰদেশৰ এজন যুৱকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd