• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পানীতেই মৃত্যু কৰ’না ভাইৰাছৰ! এইবাৰ চাঞ্চল্যকৰ দাবী ৰাছিয়াৰ বিজ্ঞানীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 4, 2020 10:05 am

2 min read

M2DGQSP3ZNKLLJ65JGTQD4OHM4

প্ৰতিনিধিত্বমূলক ফটো।

33.2k
VIEWS
Share on FacebookShare on Twitter

পানীৰ মাজত বেছিসময় বাছি থাকিব নোৱাৰে কৰ’না ভাইৰাছ। ইমানদিনে কৈ অহা ধাৰণাক প্ৰায় নস্যাৎ কৰি এনে চাঞ্চল্যকৰ দাবী কৰিছে ৰাছিয়াৰ বিজ্ঞানীয়ে।

ৰাছিয়াৰ ষ্টেট ৰিচাৰ্ছ চেন্টাৰ অফ ভাইৰ’লজি এণ্ড বায়’টেকন’লজিৰ গৱেষণাত পোৱা গৈছে যে পানীত থাকিলে ২৪ ঘন্টাৰ ভিতৰতে ৯০শতাংশ কৰ’না ভাইৰাছ মৰি গৈছে।

সেয়া ৭২ঘন্টা পানীত থাকিলে ৯৯.৯৯শতাংশ কৰ’না ভাইৰাছৰ মৃত্যু হৈছে। সেইদৰে গৱেশকসকলে দাবী কৰা মতে উতলা পানীত সম্পূৰ্ণ ধ্বংস হৈছে ভাইৰাছটো।

শেহতীয়াভাৱে প্ৰকাশ পোৱা এই গৱেষণা অনুসৰি, ক্ল’ৰিণযুক্ত পানীত এই ভাইৰাছ দুৰ্বল হৈ পৰা বুলিও কোৱা হৈছে।

ৰাছিয়াৰ বিজ্ঞানীসকলে দাবী কৰা মতে সাগৰৰ পানীত কৰ’না ভাইৰাছ সম্পূৰ্ণ নিষ্ক্ৰিয় হৈ পৰে।

গৱেষকসকলে ইয়াৰ প্ৰমান হিচাপে উপকূলীয় অঞ্চলৰ সাগৰীয় পানীৰ উপৰি ছুইমিং পুল, ৱাটাৰ পাৰ্ক তথা খোৱা পানীৰ নমুনা পৰীক্ষা কৰি চাই ইয়াত কোনো সক্ৰিয় কোভিড সৃষ্টি কৰিব পৰা ভাইৰাছৰ অস্তিত্ব বিচাৰি পোৱা নাই।

তেওঁলোকে অৱশ্যে পানীত থকা উপাদান আৰু তাপমাত্ৰাৰ ওপৰত ভাইৰাছৰ অস্তিত্ব নিৰ্ভৰ কৰে বুলি জানিব দিয়ে।

কোৱা হৈছে যে পানীৰ মাজত ভাইৰাছ প্ৰৱেশ কৰাৰ পাছত তাৰ বৰ্তি থকাটো নিৰ্ভৰ কৰে পানীত থকা উপাদান আৰু তাপমাত্ৰাৰ ওপৰত। তাপমাত্ৰা বৃদ্ধি পালে ভাইৰাছ নিষ্ক্ৰিয় হৈ পৰে।

ৰাছিয়াত এই বিষয়ক লৈ বিস্তৃত গৱেষণা চলিছে। ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই জানিবলৈ দিছিল যে ২০০৮চনৰ গৱেষণা অনুসৰি পানীৰ মাজত কৰ’না ভাইৰাছ কেইবা সপ্তাহো ধৰি সক্ৰিয় হৈ বৰ্তি থাকে।

বৰ্তমান ৰাছিয়াৰ গৱেষণাই এইক্ষেত্ৰত নতুন আশাৰ সঞ্চাৰ কৰিছে।

Tags: COVID-19

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd