• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ৰাজনৈতিক লাভৰ বাবে সন্ত্ৰাসবাদক সমৰ্থন কৰাটো উচিত নহয়’, ৰাষ্ট্ৰসংঘলৈ বৈদেশিক মন্ত্ৰী জয়শংকৰৰ বাৰ্তা।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2023 9:09 am
3.8k
VIEWS
Share on FacebookShare on Twitter

এফালে কানাডাৰ সৈতে ভাৰতৰ কূটনৈতিক সংঘাত চলি থকাৰ সময়ত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে সন্ত্ৰাসবাদৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘলৈ বাৰ্তা প্ৰেৰণ কৰে। 

উল্লেখ্য যে, নিউয়ৰ্কত চলি আছে ৰাষ্ট্ৰসংঘৰ ৭৮ সংখ্যক সাধাৰণ পৰিষদ। মঙলবাৰে সেই বৈঠকত বৈদেশিক মন্ত্ৰী জয়শংকৰে অংশগ্ৰহণ কৰিছিল। কোনো দেশৰ নাম নোলোৱাকৈ বৈদেশিক মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে ভাৰতে সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ বিষয়টো সহ্য নকৰে। খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰৰ মৃত্যুৰ পিছত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰতলৈ আঙুলিয়াই দিয়ে, তেতিয়া বৈদেশিক মন্ত্ৰীৰ বাৰ্তা যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হয়।

আজিৰ দিনটোতে জয়শংকৰে কয় যে ৰাজনৈতিক লাভালাভৰ কথা মনত ৰাখি সন্ত্ৰাসবাদক সমৰ্থন কৰা উচিত নহয়। একে সময়তে কিছুমান দেশে নিজাকৈ এজেণ্ডা তৈয়াৰ কৰে আৰু আন কিছুমানে মানি ল’ব বুলি আশা কৰে বুলিও তেওঁ কয়। তেওঁ লগতে উল্লেখ কৰে যে নতুন দিল্লীয়ে কূটনীতি আৰু আলোচনাই ইয়াৰ সমাধানৰ একমাত্ৰ উপায় বুলি ভাবে।

এক বিশ্ব-এক পৰিয়ালৰ ধাৰণাৰ কথা উল্লেখ কৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে এয়া কেৱল ভাৰতৰ ধাৰণা নহয়, সমগ্ৰ বিশ্বই ইয়াত বিশ্বাস কৰে। ইয়াৰ ফলস্বৰূপে সহযোগিতাৰ বীজ সিঁচা সম্ভৱ বুলিও তেওঁ কয়।

মন কৰিব, ৰাষ্ট্ৰসংঘত জয়শংকৰৰ ভাষণে আকৌ এবাৰ দেশৰ নাম সলনি হোৱাৰ ইংগিত দিলে। কেন্দ্ৰীয় মন্ত্ৰীৰ মুখত ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰতৰ নাম শুনা গ’ল। তেওঁ কয়, “ভাৰতৰ পৰা নমস্তে” মানে তেওঁ ভাৰতৰ পৰা বাৰ্তা লৈ ৰাষ্ট্ৰসংঘলৈ গৈছিল।

Recent News

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd