• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষক দিৱসত প্ৰিয় শিক্ষাগুৰুক স্মৰণ ক্ৰিকেটৰ ভগৱানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2019 12:43 pm
Sachin Tendulkar 10

গুৰুৰ সৈতে শচীন টেণ্ডুলকাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশ জুৰি উলহ মালহেৰে পালন কৰা শিক্ষক দিৱসৰ দিনটোত নিজৰ প্ৰিয় শিক্ষাগুৰু ৰামাকান্ত ভিত্থাল আচৰেকাৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ভাৰতীয় ক্ৰিকেটৰ ভগৱান স্বৰূপ শচীন টেণ্ডুলকাৰে।

নিজৰ টুইটাৰত প্ৰিয় শিক্ষক গৰাকীলৈ শ্ৰদ্ধা জনাই শচীনে লিখিছে ‘‘কেবল শিক্ষাৰ বাবেই নহয় মূল্যবোধৰ বাবেও শিক্ষাগুৰুৰ প্ৰয়োজন। আচৰেকাৰ ছাৰে মোক খেলপথাৰত আৰু জীৱনত সদায় চিধাকৈ খেল খেলাৰ কথা শিকাইছিল। মই মোৰ জীৱনত তেখেতৰ অপূৰ্ব অৱদানৰ বাবে চিৰদিন কৃতজ্ঞ হৈ ৰম। তেখেতৰ শিক্ষাই আজিও মোক পথ প্ৰদৰ্শন কৰে।’’

Teachers impart not just education but also values. Achrekar Sir taught me to play straight – on the field and in life.
I shall always remain grateful to him for his immeasurable contribution in my life.
His lessons continue to guide me today. #TeachersDay pic.twitter.com/kr6hYIVXwt

— Sachin Tendulkar (@sachin_rt) September 5, 2019

সমগ্ৰ দেশে দেশে  ৫ ছেপ্তেম্বৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ওপজা দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে।

উল্লেখযোগ্য যে, শচীন টেণ্ডুলকাৰে ভাৰতীয় ক্ৰিকেটক নিজৰ অতুলনীয় ক্ৰিকেট শৈলীৰে বিশ্ব ক্ৰিকেটৰ মজিয়াত শক্তিশালী স্থানত উপনীত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

স্কুলীয়া দিনৰ পৰাই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰা শচীন টেণ্ডুলকাৰৰ ক্ৰিকেটৰ প্ৰথম গুৰু আছিল ৰমাকান্ত আচৰেকাৰ।

মুম্বাইৰ শিৱাজী পাৰ্কত আচৰেকাৰৰ পৰাই শচীনে ক্ৰিকেটৰ আদিপাঠ গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আচৰেকাৰৰ ক্ৰিকেটৰ শিক্ষাই শচীন টেণ্ডুলকাৰক ভাল প্ৰদৰ্শন দাঙি ধৰাত সহায় কৰিছিল।

মহান ক্ৰিকেটাৰ গৰাকীয়ে প্ৰায়ে তেওঁৰ জীৱনত আৰু সফলতাৰ প্ৰসংগত গুৰু ৰামচন্দ্ৰ আচৰেকাৰৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি আহিছে।

শচীন টেণ্ডুলকাৰ হ’ল ক্ৰীড়া ক্ষেত্ৰৰ পৰা ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। শচীনে ভাৰত ৰত্ন বঁটা লাভ কৰাৰ পাছত ৰমাকান্ত আচৰেকাৰৰ গৃহত উপস্থিত হৈ গুৰুৰ হাতত তুলি ধৰিছিল ভাৰত ৰত্ন বঁটাটো।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd