• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত আয়োজিত বিদ্যুৎ বিভাগৰ দুৰ্ঘটনা প্ৰতিৰোধ আৰু সুৰক্ষাজনিত সজাগতা সভা সম্পন্ন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
December 13, 2018 9:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ জিলাত বিদ্যুৎ বিভাগ আৰু বিভাগীয় ঠিকাদাৰৰ চৰম ভুলৰ পৰিণতিতে সঘনে জিলাখনত সাধাৰণ জনতাৰ উপৰি বিভাগীয় শ্ৰমিক সকলে কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাৱটি ল’ব লগা হোৱাত আজি কোকৰাঝাৰস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত বৈদ্যুতিক শ্ৰমিক আৰু ঠিকাদাৰৰ মাজত এখন দুৰ্ঘটনা প্ৰতিৰোধ আৰু সুৰক্ষামুলক সজাগতা সভা অনুষ্ঠিত হয়।

উল্লেখ্য যে, কোকৰাঝাৰ বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ এইচ এচ ইলেকট্ৰিকেল আৰু এন্নাৰপ’লচ নামৰ নিৰ্মীয়মান সংস্থাৰ তত্ত্বাৱধানত আয়োজিত হোৱা সুৰক্ষা আৰু সজাগতা কাৰ্যসূচীত কোকৰাঝাৰত সংঘটিত হোৱা সঘন বিদ্যুৎস্পৃষ্ট ঘটনা প্ৰতিৰোধ কৰিবলৈ কেনেধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই বিষয়ে শ্ৰমিক, সংশ্লিষ্ট ঠিকাদাৰ আৰু বিদ্যুৎ বিভাগৰ নিৰ্মীয়মান বিভাগীয় ঠিকাদাৰক সতৰ্কতাজনিত পৰামৰ্শ আগবঢ়ায় কোকৰাঝাৰ বৈদ্যুতিক চক্ৰৰ চক্ৰ কাৰ্যবাহী বিষয়া মুকুল পাটোৱাৰীয়ে।

উক্ত সজাগতা সভাত পাটোৱাৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক বৈদ্যুতিক আঁচনি সৌভাগ্যক সাফল্য মণ্ডিত কৰিবলৈ বিদ্যুৎ সংযোগ গাঁও সমূহৰ নিৰ্মীয়মান অৱস্থাত বিশেষকৈ ঠিকাদাৰ সকলে বিভাগৰ লগত প্ৰত্যক্ষ সম্পৰ্ক ৰাখি বিদ্যুৎ ‘ছাট ডাউন’ৰে শ্ৰমিক আৰু জনতাকো সুৰক্ষিত কৰাৰ কঠোৰ নিৰ্দেশনা দিয়ে।

এইক্ষেত্ৰত কোকৰাঝাৰত সঘনাই সংঘটিত হোৱা দুৰ্ঘটনা আৰু পূৰ্বতে ঘটা ঘটনাবোৰ পুনৰাই যাতে  নঘটে তাৰ প্ৰতিও সতৰ্কতা অৱলম্বনৰ পৰামৰ্শ আগবঢ়োৱা পৰিলক্ষিত হয়। সজাগতা সভাত শ্ৰমিক সকলৰ বিদ্যুৎ সংযোগ আৰু বৈদ্যুতিক খুটাৰ ওপৰত ল’ব লগা বৈজ্ঞানিক সতৰ্কতাৰ ওপৰতো বুজ লয় বিভাগীয় বিষয়াগৰাকীয়ে।

আজিৰ সজাগতা সভাত শতাধিক বিদ্যুৎ সংযোগকাৰী শ্ৰমিকৰ উপৰি কোকৰাঝাৰস্থিত বিদ্যুৎবিভাগৰ ক্ষেত্ৰীয় এ জি এম নৱদ্বীপ ৰায়, এন্নাৰপল সংস্থাৰ প্ৰৱন্ধক ৰাজেশ সিং আৰু বৈদ্যুতিক ঠিকাদাৰ হাবিবুল শ্বেখ উপস্থিত আছিল।

উল্লেখযোগ্য যে কোকৰাঝাৰ চহৰৰ ভাতাৰমাৰীত যোৱা ১১ ডিচেম্বৰত বৈদ্যুতিক ঠিকাদাৰৰ ভুলৰ পৰিণতিত এজন শ্ৰমিক বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাৱটি লোৱাৰ উপৰি তিনিজন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে। তদুপৰি জিলাখনৰ বিশমূৰী, ফকিৰাগ্ৰামৰ ৰাভাপাৰা আৰু ছালাকাটিৰ পুঠিয়াগাঁৱত এনে অনুৰূপ ঘটনাত চলিত বৰ্ষতে মুঠ পাঁচজনকৈ লোকে অকাল মৃত্যুক সাৱটি লোৱাৰ উপৰি সাতজনকৈ লোক ঘূণীয়া হ’ব লগা হৈছিল।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

September 19, 2025 6:30 am
পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

September 19, 2025 6:30 am
পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd