• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুখবৰ! অপূৰ্ব কুমাৰ শইকীয়ালৈ সাহিত্য অকাডেমী বঁটা, দ্বিজেন কুমাৰ দাসলৈ যুৱ সাহিত্য বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2021 5:04 pm
572
VIEWS
Share on FacebookShare on Twitter

২০২০ চনৰ সাহিত্য একাডেমী বঁটা ঘোষণা কৰা হৈছে।

অসমৰ জনপ্ৰিয় গল্পকাৰ অপূৰ্ব কুমাৰ শইকীয়া আৰু কবি দ্বীজেন কুমাৰ দাসে এই বঁটা লাভ কৰিছে।

পেচাত এজন চিকিৎসক অপূৰ্ব কুমাৰ শইকীয়াই সাহিত্য একাডেমী সন্মান লাভ কৰিছে ‘বেংছটা’ শীৰ্ষক গল্পপুথিৰ বাবে।

আনহাতে তামুলপুৰৰ কবি দ্বীজেন কুমাৰ দাসে সাহিত্য একাডেমী যুৱ বঁটা লাভ কৰিছে ‘মেঘঘোঁৰা’ নামৰ কবিতা সংকলনখনৰ বাবে।

শইকীয়াৰ গল্পসংকনখন ২০১৬ চনত আঁকবাঁক প্ৰকাশনে প্ৰকাশ কৰাৰ বিপৰীতে দাসৰ কবিতাসংকলনখন পূৰ্বায়ন প্ৰকাশনৰ পৰা ২০১৮চনত প্ৰকাশ পাইছিল।

উল্লেখযোগ্য যে পশ্চিম বংগৰ জনপ্ৰিয় লেখক শংকৰেও ২০২০ বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছে।

‘শংকৰ’ ছদ্মনামেৰে জনপ্ৰিয় হোৱা মণি শংকৰ মুখোপাধ্যায়ে (৮৭) ‘একা একা একাশী’ শীৰ্ষক আত্মজীৱনীমূলক গ্ৰন্থখনৰ বাবে এই সন্মান লাভ কৰিছে।

Recent News

হঠাৎ সুৰ সলনি পাকিস্তানৰ: টি আৰ এফৰ বিৰুদ্ধে আমেৰিকাৰ সিদ্ধান্তত সহমত প্ৰকাশ

হঠাৎ সুৰ সলনি পাকিস্তানৰ: টি আৰ এফৰ বিৰুদ্ধে আমেৰিকাৰ সিদ্ধান্তত সহমত প্ৰকাশ

১৪ হাজাৰ পুৰুষক ‘লড়কী-বহিন’ আঁচনিৰ ধন; লগতে অযোগ্য আৰু ২৬ লাখ! মহাৰাষ্ট্ৰত বিয়াগোম দুৰ্নীতি

১৪ হাজাৰ পুৰুষক ‘লড়কী-বহিন’ আঁচনিৰ ধন; লগতে অযোগ্য আৰু ২৬ লাখ! মহাৰাষ্ট্ৰত বিয়াগোম দুৰ্নীতি

Vinfast VF7: বজাৰলৈ আহি আছে নতুন ইলেক্ট্ৰিক এছইউভি ভিনফাষ্ট VF7; ফিচাৰসমূহ জানেনে?

Vinfast VF7: বজাৰলৈ আহি আছে নতুন ইলেক্ট্ৰিক এছইউভি ভিনফাষ্ট VF7; ফিচাৰসমূহ জানেনে?

সমাপ্ত হ’ব পাৰে ইউ পি আইৰ বিনামূলীয়া সেৱা! ইংগিত দিলে আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই

সমাপ্ত হ’ব পাৰে ইউ পি আইৰ বিনামূলীয়া সেৱা! ইংগিত দিলে আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd