• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘৰৰ ভিতৰতে দুৰ্বৃত্তৰ ছুৰীৰ আক্ৰমণত আহত অভিনেতা ছইফ আলী খান, হাস্পাতালত ভৰ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2025 8:50 am
ঘৰৰ ভিতৰতে দুৰ্বৃত্তৰ ছুৰীৰ আক্ৰমণত আহত অভিনেতা ছইফ আলী খান, হাস্পাতালত ভৰ্তি
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে (১৬ জানুৱাৰী) পুৱতি নিশা বলীউডৰ অভিনেতা ছইফ আলী খানক মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয়।

আৰক্ষীৰ মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ২ বজাৰ আশেপাশে অভিযুক্তই ছইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰি ছুৰীৰে আঘাত কৰে আৰু তাৰ পিছত তেওঁক ততাতৈয়াকৈ লীলাৱতী হাস্পাতাললৈ লৈ যোৱা হয়।

অভিযুক্তৰ সন্ধান উলিয়াবলৈ আৰু গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰিবলৈ মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Dr Uttamani also said that there is another injury on #SaifAliKhan's neck and that is also being evaluated. He said that surgery started at 5.30 am and still being done.

More details here: https://t.co/i5BnaPO8ml pic.twitter.com/vRGuKKfZ9J

— Hindustan Times (@htTweets) January 16, 2025

মুম্বাই আৰক্ষীয়ে এক বিবৃতিত কয় যে, “অচিনাক্ত দুৰ্বৃত্তই অভিনেতা ছইফ আলী খানৰ বাসগৃহত প্ৰৱেশ কৰিছিল। অভিনেতা আৰু প্ৰৱেশকাৰী দুৰ্বৃত্তৰ মাজত  সংঘৰ্ষ ঘটে। অভিনেতাজন আহত হয় আৰু তেওঁ চিকিৎসাধীন হৈ আছে। তদন্ত অব্যাহত আছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

August 15, 2025 4:01 pm
লালকিল্লাত স্বাধীনতা দিৱসৰ দীৰ্ঘতম ভাষণ : ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

লালকিল্লাত স্বাধীনতা দিৱসৰ দীৰ্ঘতম ভাষণ : ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

August 15, 2025 3:57 pm
‘এইবাৰ মোক নোবেল লাগে’, নৰৱেৰ মন্ত্ৰীৰ ওচৰত দাবী উদ্বাউল ট্ৰাম্পৰ; বিনিময়ত কিহৰ প্ৰস্তাৱ?

‘এইবাৰ মোক নোবেল লাগে’, নৰৱেৰ মন্ত্ৰীৰ ওচৰত দাবী উদ্বাউল ট্ৰাম্পৰ; বিনিময়ত কিহৰ প্ৰস্তাৱ?

August 15, 2025 2:50 pm
এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

August 15, 2025 1:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

August 15, 2025 4:01 pm
লালকিল্লাত স্বাধীনতা দিৱসৰ দীৰ্ঘতম ভাষণ : ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

লালকিল্লাত স্বাধীনতা দিৱসৰ দীৰ্ঘতম ভাষণ : ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

August 15, 2025 3:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd