• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় ছিনিয়ৰ বেডমিণ্টনৰ আয়োজকে লজ্জিত কৰিলে অসমক : ক’ৰ্টৰ বিসংগতিত আধাতে খেল এৰিলে চাইনা নেহৱালে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2019 1:35 pm
ইন্টাৰনেটৰ পৰা সংগৃহীত চাইনা নেহৱালৰ ফটো

ইন্টাৰনেটৰ পৰা সংগৃহীত চাইনা নেহৱালৰ ফটো

964
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত চলি থকা য়’নেক্স-ছানৰাইজ ৮৩ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিসংগতিপূৰ্ণ বেডমিন্টন ক’ৰ্টৰ বাবে আপত্তি দৰ্শাই আধাতে খেল সামৰিলে ভাৰতৰ তাৰকা শ্বাটলাৰ চাইনা নেহৱালে।

প্ৰতিযোগিতাৰ এখন খেলত অংশগ্ৰহণ কৰি থকাৰ সময়ত উদ্যোক্তা সমিতিক বাৰে বাৰে ক’ৰ্টৰ বিসংগতি সম্পৰ্কে আঙুলিয়াই দিছিল নেহৱালে। অসম বেডমিণ্টন সংস্থাৰ তৰফৰ পৰা এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অসন্তুষ্ট হৈ আধাতে নিজৰ খেল সামৰে অলিম্পিক পদক বিজয়ী তাৰকা খেলুৱৈগৰাকীয়ে।

বাতৰি সংগ্ৰহ কৰাৰ সময়লৈ নেহৱালৰ খেলখন অন্য কৰ্টলৈ স্থানান্তৰ কৰিছে নে সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে সঠিক খবৰ লাভ কৰা হোৱা নাই।

চাইনা নেহৱালৰ উপৰি প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে বিশ্বৰ দ্বিতীয় স্থানৰ শ্বাটলাৰ পি ভি সিন্ধুৱেও(পুছাৰলা ভেংকত সিন্ধু)। সিন্ধুৱে ইতিমধ্যে দুৰন্ত প্ৰদৰ্শনেৰে প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছে।

উল্লেখযোগ্য যে, বিগত বৰ্ষত পি ভি সিন্ধুক হৰুৱাই চেম্পিয়নৰ খিতাপ অৰ্জন কৰা চাইনা নেহৱালে চলিত বৰ্ষৰ প্ৰতিযোগিতাখনত ডিফেণ্ডিং চেম্পিয়ন হিচাপে অংশগ্ৰহণ কৰিছে।

সুদীৰ্ঘ ৯ বছৰৰ অন্তত এইবাৰ গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অতিকৈ সন্মানীয় ছিনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন প্ৰান্তৰ তাৰকা শ্বাটলাৰ সকলে অংশগ্ৰহণ কৰিছে। পুৰুষৰ ছিংগলছ শাখাত  প্ৰাক্তন চেম্পিয়ন সমীৰ বাৰ্মা আৰু পাৰুপল্লী কাশ্যপেও প্ৰতিযোগিতাখনত অংশ লৈছে।

Recent News

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কোনো নথকাৰ সুযোগত দিন দোপৰতে চুৰি কাণ্ড গুৱাহাটীত! পবিত্ৰ মাৰ্ঘেৰিটাৰ বাসগৃহৰ পৰা কেবা লাখ টকাৰ সামগ্ৰী লৈ উধাও চুৰ

কোনো নথকাৰ সুযোগত দিন দোপৰতে চুৰি কাণ্ড গুৱাহাটীত! পবিত্ৰ মাৰ্ঘেৰিটাৰ বাসগৃহৰ পৰা কেবা লাখ টকাৰ সামগ্ৰী লৈ উধাও চুৰ

পেহেলগাম আক্ৰমণত চৰকাৰী ষড়যন্ত্ৰৰ অভিযোগ! NSAৰ অধীনত আটক AIUDFৰ বিধায়ক

পেহেলগাম আক্ৰমণত চৰকাৰী ষড়যন্ত্ৰৰ অভিযোগ! NSAৰ অধীনত আটক AIUDFৰ বিধায়ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd