• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সকলো পদক্ষেপ বন্ধ কৰাৰ দাবী কৰ্মচাৰী পৰিষদৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 6, 2018 12:34 pm
21-11-15 Guwahati- Asam Karmachari Parishad protest (1)

সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ সম্পৰ্কত চৰকাৰে গ্ৰহণ কৰা সকলো পদক্ষেপ তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ সদৌ অসম কৰ্মচাৰী পৰিষদে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক আহ্বান জনাইছে।

তিনিচুকীয়াৰ ধলাৰ দৰে পৰিস্থিতি পুনৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰী পৰিষদে কৰ্ণাধাৰ সমিতিৰ বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত গ্ৰহণ কৰা সকলো পদক্ষেপ স্থগিত ৰাখিবলৈ চৰকাৰক আহ্বান জনাই এক সিদ্ধান্ত গ্ৰহণ কৰে।

সদৌ অসম কৰ্মচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি ভূপেন বৰা আৰু সম্পাদক প্ৰধান ফকৰ উদ্দিন আহমেদে জনায় যে অসম আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা সদৌ অসম কৰ্মচাৰী পৰিষদে অসম চুক্তিত আঘাত হোৱা কোনো কাম সহ্য নকৰে। ইতিমধ্যে যুটীয়া সংসদীয় কমিটীৰ ওচৰত কৰ্মচাৰী পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত বিশদভাৱে উপস্থাপন কৰিছে।

এটা বিবৃতিৰ জৰিয়তে পৰিষদৰ নেতা দুগৰাকীয়ে কয় যে অসম আন্দোলনৰ সময়ত কৰ্মচাৰীসকলে দেশতকৈ চাকৰি ডাঙৰ নহয় বুলি কৈ ৰাজপথলৈ ওলাই আহিছিল। অসম আন্দোলনত যিসকল লোক চহিদ হৈছিল তাৰ মাজত ৬৮ গৰাকী কৰ্মচাৰীও চহিদ হৈছিল। তদুপৰি, কৰ্মচাৰী চহিদ হোৱাৰ লগতে কৰ্মচাৰীৰ মাজৰেই বাই-ভনী ধৰ্ষিতা হ’ব লগাও হৈছিল।

এই অসম আন্দোলনৰ ত্যাগৰ ফলত স্বাক্ষৰিত হোৱা অসম চুক্তিক ভাৰত চৰকাৰ, অসম চৰকাৰ প্ৰমুখ্যে সৰ্বস্তৰৰ জনতাই সমৰ্থন কৰাৰ কথা উল্লেখ কৰি এতিয়া সেই চুক্তি উলংঘন হ’বলৈ কৰ্মচাৰী পৰিষদে কেতিয়াও দিব নোৱাৰে বুলি নেতা দুগৰাকীয়ে সদৰী কৰে।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কে ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি পৰিষদে বিধেয়কখন সন্দৰ্ভত চৰকাৰে স্থিতি গ্ৰহণ কৰা দিনৰে পৰাই অসমৰ জাতীয় জীৱনলৈ অশান্তিকৰ পৰিৱেশ নামি আহিছে বুলিও নেতা দুগৰাকীয়ে ব্যক্ত কৰে।

সেয়েহে, অনাগত দিনত যাতে তিনিচুকীয়াৰ ধলাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত যিকোনো পদক্ষেপ স্থগিত ৰখাৰ বাবে কৰ্মচাৰী পৰিষদে বিবৃতিটোৰ যোগেদি দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd