• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছালাকাটিৰ তাপ বিদ্যুৎ প্ৰকল্পই পাৰ্শ্বৱৰ্তী অঞ্চলৰ কৃষকৰ জীৱনলৈ নমাই আনিছে অন্ধকাৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
August 12, 2018 12:44 pm
ছালাকাটিত এন টি পি চিৰ পৰিনাম
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ জিলাৰ ছালাকাটিত নিৰ্মীয়মাণ তাপ বিদ্যুৎ প্ৰকল্পটো কাৰ্যক্ষম হৈছে যদিও তাপ বিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণকাৰী সংস্থা এন টি পি চিৰ বিষয়া-কৰ্মচাৰীসকলৰ অদূৰদৰ্শিতাৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে প্ৰকল্পটোৰ পাৰ্শ্বৱৰ্তী গাঁৱৰ কৃষক ৰাইজে।

প্ৰকল্পটোৰ বৰ্জ্য তেল আৰু ৰাসায়নিক পদাৰ্থবোৰ নিৰ্মাণকাৰী সংস্থাটোৱে নলাৰ জৰিয়তে অব্যৱহৃত স্থানত গাঁত খান্দি পেলোৱাৰ ব্যৱস্থা কৰিব লাগিছিল যদিও তেনে নকৰাত সেই পদাৰ্থসমূহ সম্প্ৰতি খেতিপথাৰলৈ বৈ গৈ একাকাৰ হৈ পৰিছে।

ইয়াৰ ফলত ছালাকাটি অঞ্চলৰ ১২খন গাঁৱৰ কেইবা হেক্টৰ ভূমি খেতিৰ অনুপযোগী হৈ পৰাৰ লগতে সঁজাল ধৰি উঠা ধানৰ গছ পুৰি ছাইত পৰিণত হৈছে। এই অঞ্চলৰ ভুমকী, দলগাঁও, বামুণীগাঁও, পোকাগাঁও, লালমাটি, কুৰ্শাকাটি, ৰাজাধাম, আখ্ৰিগুড়ী, বাৰাগড়, মোৰাবাৰীকে ধৰি বহু গাঁৱৰ সেউজ পথাৰ এতিয়া বিনষ্ট হৈ পৰিছে।

উক্ত গাঁওসমূহৰ ৰত্নেশ্বৰী দেৱীৰ ১০ বিঘা, বাধুৰী বৰ্মণৰ ৭ বিঘা, ৰাণী মুৰ্মুৰ ২৬ বিঘা, লক্ষীকান্ত বৰ্মণৰ ২ বিঘা, ভকোবালা বৰ্মণৰ  ২বিঘা, মংগল মুৰ্মুৰ ৩ বিঘা, চুৰহি মুৰ্মুৰ ২৫ বিঘা, চৰকাৰ মুৰ্মুৰ ২.৫ বিঘা আৰু বাগৰাই হেমব্ৰমেৰ ১২ বিঘা মাটিৰ শস্য বিনষ্ট হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে, এন টি পি চিক এই বিষয়ে স্থানীয় ৰাইজে অভিযোগ কৰাৰ পিছত সংস্থাটোৰ মানৱ সম্পদ বিভাগৰ উপ-প্ৰবন্ধক তন্ময় দত্তই নষ্ট হোৱা খেতিপথাৰ পৰিদৰ্শন কৰি ইয়াৰ বাবে এন টি পি চি দায়ী নহয় বুলি দাবী কৰে।

ইপিনে এন টি পি চিৰ স্থিতিকলৈ স্থানীয় ৰাইজ জাঙুই খাই উঠিছে। তেওঁলোকে লোকে এন টি পি চি কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনক আৱেদন-পত্ৰ প্ৰদান কৰি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am
গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

September 19, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd