• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চুলাই ট্ৰেজেডি : বিধায়ক মৃণাল শইকীয়া আৰু গোলাঘাটৰ প্ৰাক্তন উপায়ুক্তক তদন্তৰ আওতালৈ অনাৰ দাবী ‘জীপাল’ৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
February 25, 2019 3:45 pm
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাটৰ শালমাৰী বাগিচাকে ধৰি কেইবাঠাইতো বিষাক্ত সুৰা সেৱন কৰি শতাধিক লোকৰ মৃত্যুৰ ঘটনাৰ আজি বোকাখাতত ‘জীপাল’ নামৰ কৃষক শ্ৰমিক সংঘই প্ৰতিবাদ সাব্যস্ত কৰে। বোকাখাতৰ নাগৰিক সমাজৰ একাংশ জ্যেষ্ঠ নাগৰিকেও এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়।

সংগঠনটোৰ নেতা সোণেশ্বৰ নৰহ আৰু প্ৰণৱ দলেৰ নেতৃত্বত যোৱা প্ৰতিবাদকাৰীসকলে বোকাখাতৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ পিছত বোকাখাতৰ আৰক্ষীৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

স্মাৰক পত্ৰত স্পষ্ট ৰূপত উল্লেখ কৰি কয় যে গোলাঘাটৰ শালমাৰী বাগিচাৰ ঘটনাৰ পাছত অসমৰ স্বাস্থ্য মন্ত্রী আৰু আবকাৰী বিভাগৰ মন্ত্ৰীক অতি শীঘ্ৰে বৰ্খাস্ত কৰিব লাগে। যি সমষ্টিত চুলাই মদৰ বেহাৰ ফলত এই ঘটনা সংঘটিত হৈছে তাৰ নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতে স্থানীয় বিধায়ক মৃণাল শইকীয়াকো তদন্তৰ আওতালৈ আনিব লাগে।

ইপিনে গোলাঘাট জিলাৰ পূৰ্বৰ উপাযুক্ত গৌৰৱ বোথ্ৰাক এই ঘটনাৰ বলিসকলক হত্যাৰ অপৰাধত গ্রেপ্তাৰ কৰি যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ বাবেও সংগঠনটোৱে দাবী জনায়। ৰাজ্যৰ সকলো লালিগুৰৰ ছিণ্ডিকেটৰ মূল অভিযুক্তক কৰায়ত্ত কৰাৰ লগতে লালিগুৰসমূহ পৰিৱেশ প্ৰদূষণ নকৰাকৈ বৈজ্ঞানিক প্রণালীৰে নষ্ট কৰিবলৈ দাবী জনায় সংগঠনটোৱে।

মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত বাগিচাৰ শ্ৰমিকৰ নিম্নতম মজুৰি ৩৫০ টকা কৰা, শালমাৰী বাগিচাৰ মালিক আৰু মেনেজাৰকো তদন্তৰ আওতালৈ অনা, পূর্বৰ দৈয়াং চাহ বাগিচা একেই চুলাই কাণ্ড আৰু এতিয়াৰ শালমাৰী বাগিচাৰ সমস্ত হত্যাকাণ্ডৰ কেৱল নিৰপেক্ষ ন্যায়িক তদন্ত ঘোষণা কৰাই নহয়, কাৰ্যকৰীও কৰিবলৈ দাবী তোলা হয়।

ইয়াৰ উপৰি এছ ডি আৰ এফ (SDRF)ৰ ২ লাখ টকা সকলো ধৰণৰ দুর্ঘটনাগ্রস্ত লোকৰ বাবে নির্ধাৰিত পুঁজিকে পুনৰ ঘোষণা কৰাৰ পৰিৱৰ্তে সকলো নিহত আৰু আহত লোকলৈ বিশেষ অনুদান প্ৰদান কৰিবলৈও দাবী জনায় সংগঠনটোৱে।

পুঁজিপতিৰ দ্বাৰা উৎপাদিত স্থানীয় সুৰাৰ উৎপাদন তথা মুকলি বিক্ৰীৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্ত বাতিল কৰিবলৈ আৰু লগতে স্বাস্থ্য বিভাগে জৰুৰীকালীন সেৱা কার্যক্ষম তথা ইয়াত নিয়োজিত লোকৰ উপৰি ঔষধ আৰু ডাক্তৰৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবেও জীপালে দাবী জনায়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

August 14, 2025 8:56 pm
মংগল গ্ৰহত ৰহস্যময় ‘হেলমেট আকৃতিৰ’ শিল বিচাৰি পালে নাছাৰ ৰোভাৰে

মংগল গ্ৰহত ৰহস্যময় ‘হেলমেট আকৃতিৰ’ শিল বিচাৰি পালে নাছাৰ ৰোভাৰে

August 14, 2025 7:55 pm
তিনিচুকীয়াত আলফা স্বাধীন, এনএছচিএনৰ সৈতে জড়িত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ

তিনিচুকীয়াত আলফা স্বাধীন, এনএছচিএনৰ সৈতে জড়িত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ

August 14, 2025 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

August 14, 2025 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd