• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আইপিএলত খেলিবলগীয়া জুনিয়ৰ তেণ্ডুলকাৰ অৰ্জুনক কি বাৰ্তা দিলে বায়েক ছাৰাই?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2021 8:07 am
WhatsApp Image 2021-02-20 at 7.43.07 AM

শচীন কন্যা ছাৰা আৰু পুত্ৰ অৰ্জুন তেণ্ডুলকাৰ।

339
VIEWS
Share on FacebookShare on Twitter

আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলাৰ সুযোগ পোৱাৰ পাছতে শচীন পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈছে।

নীলামত সকলো দলে নিজৰ স্কোৱাদ সম্পূৰ্ণ কৰি তোলাৰ পাছত শেষ মুহূৰ্তত মুম্বাই ইণ্ডিয়ানছে ২০ লাখ টকাৰ বেচ প্ৰাইচত অৰ্জুনক দলত লয়।

ছচিয়েল মিডিয়াত ব্যাপক চৰ্চাৰ মাজতে শচীন কন্যা অৰ্জুনৰ বায়েক ছাৰাই ভাতৃলৈ আগবঢ়াইছে আত্মবিশ্বাস বৃদ্ধি কৰিব পৰা এক বাৰ্তা। ক’বলৈ গ’লে অৰ্জুনক উজ্জীৱিত কৰি তোলাৰ বাবেই ছচিয়েল মিডিয়াত ছাৰাৰ এই বাৰ্তা।

ইনষ্টাগ্ৰামৰ প’ষ্টত ছাৰাই লিখিছে, ‘’এই কৃতিত্ব তোমাৰ পৰা কোনোৱে কাঢ়ি নিব নোৱাৰে। এইটো কেবল তোমাৰেই।‘’

অৰ্জুন তেণ্ডুলকাৰো আইপিএলত খেলাৰ সুযোগ পাই উৎফুল্লিত। মুম্বাই ইণ্ডিয়ানছৰ ফালৰ পৰা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা এক ভিডিঅ’ বাৰ্তাত অৰ্জুনে কয়,’’সৰুৰে পৰাই মই মুম্বাই ইণ্ডিয়ানছৰ একান্ত অনুৰাগী। মোৰ ওপৰত আস্থা ৰখাৰ বাবে মই প্ৰশিক্ষক, স্বত্তাধিকাৰী আৰু ছাপোৰ্ট ষ্টাফসকলক কৃতজ্ঞতা জনাইছো। মই মুম্বাইৰ টীমত যোগ কথা ভাৱি ৰোমাঞ্চিত হৈ পৰিছো।‘’

শচীনৰ দৰে বিশেষজ্ঞ বেটছমেন নহ’লেও বিস্ফোৰক বেটিং আৰু বাঁওহতীয়া পেচ বলিঙত অৰ্জুনৰ লক্ষ্যভেদ কৰাৰ দক্ষতা চাবলৈ ক্ৰিকেট অনুৰাগীসকল আগ্ৰহী হৈ পৰিছে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd