• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনজাতীয় বেল্টত অজনজাতীয় লোকৰ সুৰক্ষাৰ বাবে বিশেষ আইনৰ দাবী নৱ শৰণীয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2019 9:38 pm
8regHira

সাংসদ নৱ শৰণীয়া। ফাইল ফটো

1.2k
VIEWS
Share on FacebookShare on Twitter

জনজাতীয় অঞ্চলত বসবাস কৰি থকা অজনজাতীয় লোকসকলৰ তেওঁৰ যুঁজ অব্যাহত ৰাখি সাংসদ নৱ শৰণীয়াই মঙলবাৰে অসমৰ জনজাতীয় বেল্ট তথা ব্লকসমূহত বসবাস কৰি থকা অজনজাতীয় লোকসকলৰ সুৰক্ষাৰ বাবে এক বিশেষ আইনৰ দাবী উত্থাপন কৰে।

‘’জনজাতীয় অঞ্চলৰ ভূমিত বহু লোক তথা পৰিয়ালে কেইবা প্ৰজন্ম ধৰি বসবাস কৰি থাকিব পাৰে… কোনোৱে কেনেকৈ তেওঁলোকৰ উচ্ছেদ দাবী কৰিব পাৰে,’’-নতুন দিল্লীত শৰণীয়াই এইদৰে কয়।

গুৱাহাটী উচ্চ ন্যায়ালয়ত নৰ্থইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ প্ৰসংগ উল্লেখ কৰি শৰণীয়াই অসম ভূমি ৰাজহ তথা নিয়ন্ত্ৰণ আইন,১৯৪৭ অনুসৰি জনজাতীয় লোকসকলৰ বাবে সংৰক্ষিত ভূমিৰ পৰা সকলো বেদখলকাৰী বিদেশী অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰাৰ দাবী উত্থাপন কৰে।

‘’আইনখন যেতিয়া বনোৱা হৈছিল অজনজাতীয় লোকসকলৰ স্বাৰ্থৰ কথাটো বিবেচনালৈ অনা হোৱা নাছিল। সেয়ে মই দাবী কৰো যে এখন সংশোধিত আইন আনিব লাগে যিয়ে জনজাতীয় বেল্টত বসবাস কৰি থকা অজনজাতীয় লোকসকলৰ বাবে ‘কাট অফ তাৰিখ’ৰ দৰে বিষয়সমূহৰ এটা স্পষ্ট ৰায় দিব পাৰে,’’-শৰণীয়াই কয়।

তেওঁ ৰাজ্যৰ বাকী অংশত বাংলাদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৫ মাৰ্চ হোৱাৰ দৰে জনজাতীয় অঞ্চলত এটা কাট অফ মাৰ্কৰ বাবে পৰামৰ্শ আগবঢ়ায়।

‘’জনজাতীয় বেল্টত বসবাস কৰি থকা অজনজাতীয় লোকসকলক কোনোৱে হাত দিব নোৱাৰে… আমি এনেধৰণৰ পদক্ষেপৰ বিৰুদ্ধে যুঁজ দিম আৰু প্ৰয়োজন হ’লে আমি আদালতত যাম,’’-শৰণীয়াই কয়।

Recent News

ব্ৰেকফাষ্টত সিজোৱা কণী খাই নেকি? জানক সবিশেষ

ব্ৰেকফাষ্টত সিজোৱা কণী খাই নেকি? জানক সবিশেষ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd