• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ ৮খন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি; মিজোৰাম আৰু ত্ৰিপুৰাতো আহিল নতুন ৰাজ্যপাল

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2021 3:43 pm
Satyadev-Narayan-Arya-for-Tripura-1024x512

,সত্যদেৱ নাৰায়ন আৰ্য আৰু (সোঁফালে) হৰি বাবু কামভাম্পতি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ মঙলবাৰে মুঠ ৮খন ৰাজ্যত একেলগে নতুন ৰাজ্যপাল নিযুক্তি দিয়া হৈছে। সেই অনুসৰি, কেন্দ্ৰীয় চৰকাৰে কৰ্ণাটক, মিজোৰাম, মধ্যপ্ৰদেশ, হিমাচলপ্ৰদেশ, গোৱা, ত্ৰিপুৰা, ঝাৰখণ্ড আৰু হাৰিয়ানাত নতুন ৰাজ্যপাল নিযুক্তি দিছে।

দেশৰ আঠখন ৰাজ্যৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম আৰু ত্ৰিপুৰায়ো নতুন ৰাজ্যপাল লাভ কৰিছে।

ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে হৰি বাবু কামভাম্পতিক মিজোৰামৰ আৰু সত্যদেৱ নাৰায়ন আৰ্যক ত্ৰিপুৰাৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিছে।

,সত্যদেৱ নাৰায়ন আৰ্য ত্ৰিপুৰাৰ ১৯তম ৰাজ্যপাল হ’ব। তেওঁ ৰমেশ বেইছৰ স্থানত ৰাজ্যপালৰ দায়িত্ব ল’ব। ৰমেশ বেইছক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।

আনহাতে, মিজোৰামৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৰি বাবু কামভাম্পতি হৈছে অন্ধ্ৰ প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি আৰু বিশাখাপট্টনমৰ এগৰাকী প্ৰাক্তন সাংসদ।

ইপিনে, ছ’চিয়েল জাষ্টিচ এণ্ড এম্পাৱাৰমেন্ট বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী থাৱাৰ চন্দ গেহলটক কৰ্ণাটকৰ ৰাজ্যপালৰ দায়িত্ব দিয়া হৈছে।

হাৰিয়ানাৰ নতুন ৰাজ্যপাল হ’ল বান্দাৰু দত্তত্ৰেয়া।  হিমাচলপ্ৰদেশৰ নতুন ৰাজ্যপাল হিচাপে দায়িত্ব দিয়া হৈছে ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক। সেইদৰে, মধ্যপ্ৰদেশত মংগুভাই চগনভাই, আৰু গোৱাত পিএছ শ্ৰীধৰণ পিল্লাইক নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ,

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm
WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

September 9, 2025 8:25 pm
জ্বলাই দিয়া হ’ল নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ঘৰ : ঘৰৰ ভিতৰত আৱদ্ধ হৈ মৃত্যু প্ৰধানমন্ত্ৰীৰ পত্নীৰ

জ্বলাই দিয়া হ’ল নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ঘৰ : ঘৰৰ ভিতৰত আৱদ্ধ হৈ মৃত্যু প্ৰধানমন্ত্ৰীৰ পত্নীৰ

September 9, 2025 8:17 pm
চি পি ৰাধাকৃষ্ণন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি: এশৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ

চি পি ৰাধাকৃষ্ণন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি: এশৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ

September 9, 2025 7:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm
WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

September 9, 2025 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd