• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী নেপাল

জ্বলাই দিয়া হ’ল নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ঘৰ : ঘৰৰ ভিতৰত আৱদ্ধ হৈ মৃত্যু প্ৰধানমন্ত্ৰীৰ পত্নীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2025 8:17 pm
345
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝলানাথ খানালৰ ঘৰ। ঘৰৰ ভিতৰত আৱদ্ধ হৈ প্ৰধানমন্ত্ৰীগৰাকীৰ পত্নী ৰাজালক্ষ্মী চিত্ৰকাৰৰ মৃত্যু।

জানিব পৰা মতে, প্ৰতিবাদকাৰীয়ে ঘৰটো জ্বলাই দিয়াৰ সময়ত আৱদ্ধ হৈ আছিল ৰাজালক্ষ্মী চিত্ৰকাৰ।

Apply Now

পিছত সংকটজনক অৱস্থাত উদ্ধাৰ কৰি তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক বচাব পৰা নগ’ল।

উল্লেখ্য যে গণবিদ্ৰোহৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে কে পি শৰ্মা অলিয়ে। তেওঁৰো ব্যক্তিগত বাসগৃহতো জুই লগাই দিয়া হয়।

ইয়াৰ পাছতে নেপালৰ কেইবাজনো প্ৰাক্তন আৰু বৰ্তমানৰ মন্ত্ৰীৰ ঘৰত জুই জ্বলাই দিয়ে উত্তেজিত ৰাইজে।

প্ৰতিবাদকাৰীয়ে ৰাজপথৰ মাজেৰে খেদি খেদি আক্ৰমণ কৰিছে নেপালৰ উপ প্ৰধানমন্ত্ৰী তথা বিত্তমন্ত্ৰী বিষ্ণু পৌডেলক।

প্রাক্তন প্রধানমন্ত্রী ঝলানাথ আৰু তেওঁৰ পৰিয়ালক ৰেহাই দিয়া নহ’ল৷ মঙলবাৰে ৰাজধানী কাঠমাণ্ডুৰ ডাল্লু অঞ্চলত থকা তেওঁলোকৰ ঘৰত জুই লগাই দিয়া হয়।

একাংশ সূত্ৰই দাবী কৰিছে যে তেওঁক ভিতৰত আবদ্ধ কৰি ঘৰত জুই লগাই দিয়া হৈছিল। চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ কৰিছে নেপালৰ স্থানীয় সংবাদ মাধ্যমে।

ছচিয়েল মিডিয়াত প্ৰচাৰ হৈছে ৰাজালক্ষ্মী চিত্ৰকাৰৰ জ্বলি যোৱা মৃতদেহৰ এখন

কিছুদিন পূৰ্বে নেপাল চৰকাৰে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰিছিল। তাৰপিছত ৰাজপথলৈ ওলাই আহিছিল নেপালী ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতী।

সোমবাৰে প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে গুলীচালনা কৰাত ১৯ জন লোক নিহত হয়। ইয়াৰ পিছতে তীব্ৰতৰ হৈ পৰে প্ৰতিবাদ।

নিশা কেপি শৰ্মা অলী চৰকাৰে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি নতুন অধিসূচনা জাৰি কৰিবলৈ বাধ্য হয়। কিন্তু এই অধিসূচনাই বিদ্ৰোহ ম্লান কৰিব নোৱাৰিলে।

মঙলবাৰে পুৱাৰে পৰা অলিৰ পদত্যাগৰ দাবীত প্ৰতিবাদ তীব্ৰতৰ হৈ পৰে। দুপৰীয়াৰ ভাগত অলিয়ে পদত্যাগ কৰাৰ লগতে দেশ এৰি পলায়ন কৰে।

নেপালৰ আন এজন প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা চিপিএন নেতা প্ৰচন্দৰ বাসগৃহতো আন্দোলনকাৰীয়ে জুই লগাই দিয়ে। ইয়াৰ উপৰিও সদ্য পদত্যাগ কৰা গৃহমন্ত্ৰী ৰমেশ লখকৰ আৰু দূৰসংযোগ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙৰ বাসগৃহতো জুই লগাই দিয়া হয়।

নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবাৰ ঘৰ আৰু নেপালী কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত জুই জ্বলাই দিয়া হয়। ইয়াৰ উপৰিও ইউএমএল নেতা মহেশ বাছনেট আৰু নেপালী কংগ্ৰেছ নেতা গগন থাপাৰ ঘৰতো জুই জ্বলাই দিয়া হয়।প্ৰতিবাদকাৰীয়ে নেপালী সংসদ ভৱন আৰু উচ্চতম ন্যায়ালয়তো ভাঙি লণ্ডভণ্ড কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd