• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৃহৎ ঘোষণা SBIৰ, লাভৱান হ’ব আপোনাৰ লগতে প্ৰায় ৪৫ কোটি গ্ৰাহক

ভাৰতৰ সৰ্ববৃহৎ বেংকটোৱে এছ এম এছৰ মাচুলো উঠাই লৈছে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2020 6:07 pm
sbi ATM SBI to eliminate Debit Cards

প্ৰতীকী ফাইল ছবি।

67.3k
VIEWS
Share on FacebookShare on Twitter

ষ্টেট বেংক অৱ ইণ্ডিয়াই বুধবাৰে কৰিছে এক বৃহৎ ঘোষণা।

বেংকটোৰ গ্ৰাহকসকলে ছেভিংছ একাউণ্টত ৰাখিব লাগিছিল মাহিলী ন্যূনতম এক জমা ৰাশি।

এই গড় জমা নথকা গ্ৰাহকসকলে তাৰ বাবে জৰিমনাও ভৰিব লগা হৈ আহিছিল।

কিন্তু এতিয়াৰে পৰা বেংকটোৰ কোনো ছেভিংছ একাউণ্টতে মাহিলী ন্যূনতম জমাধনৰ সীমা নাথাকিব।

সৰ্ববৃহৎ ভাৰতীয় বেংকটোৰ ৪৪.৫১ কোটি ছেভিংছ একাউণ্টৰ ক্ষেত্ৰতে এই ঘোষণা প্ৰযোজ্য হ’ব।

তাৰোপৰি, বেংকটোৱে এছ এম এছ মাচুলো উঠাই লৈছে।

মেট্ৰ’, ছেমি আৰ্বান আৰু ৰুৰেল শাখাত বেংকটোৰ গ্ৰাহকসকলে ক্ৰমে ন্যূনতম ৩০০০, ২০০০ আৰু ১০০০ টকাকৈ জমাৰাশি ৰখাৰ প্ৰয়োজন আছিল।

বেংকটোৰ বহু গ্ৰাহক এই মাচুলসমূহক লৈ অসন্তুষ্ট আছিল। ফলত এই ঘোষণাই সকলোৰে মুখত হাঁহি বিৰিঙোৱাটো নিশ্চিত।

Recent News

ইন্দিৰা গান্ধীৰ জৰুৰীকালিন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ : কি ক’লে নৰেন্দ্ৰ মোদীয়ে?

ইন্দিৰা গান্ধীৰ জৰুৰীকালিন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ : কি ক’লে নৰেন্দ্ৰ মোদীয়ে?

যোৱা ১১ বছৰে দেশত অঘোষিত জৰুৰীকালীন অৱস্থান চলি আছে : বিজেপিক প্ৰত্যুত্তৰ কংগ্ৰেছৰ

যোৱা ১১ বছৰে দেশত অঘোষিত জৰুৰীকালীন অৱস্থান চলি আছে : বিজেপিক প্ৰত্যুত্তৰ কংগ্ৰেছৰ

২৫ জুনৰ পৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী গ্ৰহণ শ্ৰীভূমি জিলাৰ গৃহৰক্ষী বাহিনীৰ

২৫ জুনৰ পৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী গ্ৰহণ শ্ৰীভূমি জিলাৰ গৃহৰক্ষী বাহিনীৰ

মহাকাশত ভাৰতীয় : শুভাংশু শুক্লাকে ধৰি চাৰিজন মহাকাশচাৰীৰ যাত্ৰা আনঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ

মহাকাশত ভাৰতীয় : শুভাংশু শুক্লাকে ধৰি চাৰিজন মহাকাশচাৰীৰ যাত্ৰা আনঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd