• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একাউন্টত ৩ বাৰতকৈ বেছি নগদ ধন জমা কৰিলে ভৰিব লাগিব চাৰ্জ; এছ বি আইৰ নতুন নিয়ম

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2019 10:14 am
Be ready, All India Bank strike ahead

প্ৰতীকী ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ আটাইতকৈ ডাঙৰ চৰকাৰী বেংক ভাৰতীয় ষ্টেট বেংকে (এছ বি আই) অহা ১ অক্টোবৰৰ পৰা চাৰ্ভিছ চাৰ্জৰ সালসলনি ঘটাব।

ইয়াৰ ভিতৰত বেংকত টকা জমা কৰা, টকা উলিওৱা, চেকৰ ব্যৱহাৰ, এটিএম লেনদেনৰ সৈতে জড়িত চাৰ্ভিছ চাৰ্জো আছে।

চাৰ্ভিছ চাৰ্জ সালসলনি সন্দৰ্ভত এছ বি আইয়ে ইয়াৰ ৱেবছাইটত এখন জাননীও জাৰি কৰিছে।

এছ বি আইয়ে যিকেইটা আটাইতকৈ গুৰুত্বপূৰ্ণ সালসলনি কৰিবলৈ গৈ আছে তাৰ ভিতৰত বেংকৰ একাউন্টত টকা জমা কৰা বিষয়টোও আছে।

বেংকৰ জাননী অনুসৰি, ১ অক্টোবৰৰ পাছত আপুনি এমাহত নিজৰ একাউন্টত মাত্ৰ ৩ বাৰহে বিনামূলীয়াকৈ টকা জমা কৰিব পাৰিব।

ইয়াতকৈ অধিক বাৰ যদি আপুনি টকা জমা কৰে তেতিয়াহ’লে প্ৰতিটো লেনদেনত ৫০টকা (জি এছ টি বাদ দি) চাৰ্জ ভৰিব লাগিব। বেংকে চাৰ্বিছ চাৰ্জত ১২ শতাংশ জি এছ টি কাটি লয়।

সেইদৰে আপুনি যেতিয়া চতুৰ্থ, পঞ্চম বা অধিকবাৰৰ বাবে টকা জমা কৰে তেতিয়া আপোনাৰ প্ৰতিবাৰে ৫৬ টকা অধিক ভৰিব লাগিব।

উল্লেখ্য যে বৰ্তমান কোনো বেংকতে একাউন্টত টকা জমা কৰাৰ ক্ষেত্ৰত কোনো বাধ্য বাধকতা নাই। যিকোনো ব্যক্তিয়ে নিজৰ একাউন্টত মাহটোত যিমান ইচ্ছা সিমান বাৰ টকা জমা কৰিব পাৰে।

আনহাতে, এছ বি আইয়ে চেক ৰিটাৰ্ণৰ নিয়মো কঠোৰ কৰিব। বেংকৰ জাননী অনুসৰি, ১ অক্টোবৰৰ পাছত কোনো চেক কাৰিকৰী কাৰণত যদি (বাউন্স হোৱাৰ বাহিৰে) ঘুৰাই লোৱা হয় তেতিয়া চেক প্ৰদান কৰা ব্যক্তিগৰাকীৰ ওপৰত ১৫০ টকাৰ লগতে জি এছ টি চাৰ্জ আৰোপ কৰা হ’ব। ইয়াত জিএছটিসহ চাৰ্জ হ’ব ১৬৮ টকা।

ইপিনে, এছ বি আইয়ে আৰ টি জি এছৰ ওপৰত লগোৱা চাৰ্জত ৰেহাই দিছে। ১ অক্টোবৰৰ পৰা বেংকটোৰ শাখাত গৈ আৰ টি জি এছ কৰাটো সস্তা হ’ব।

১অক্টোবৰৰ পৰা ২ ৰ পৰা ৫ লাখ টকা পৰ্যন্ত আৰ টি জি এছত ২০ টকা (জি এছ টি বাদ দি) চাৰ্জ দিব লাগিব।

আনহাতে, ৫ লাখ টকাৰ অধিক আৰ টি জি এছত ৪০ টকা(জি এছ টি বাদ দি) চাৰ্জ ভৰিব লাগিব।

সেইদৰে পৰা ২ ৰ পৰা ৫ লাখ টকা পৰ্যন্ত আৰ টি জি এছত ২৫ টকা আৰু ৫ লাখ টকাৰ অধিক আৰ টি জি এছত ৫০ টকা চাৰ্জ ভৰিব লাগিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভদীয়া প্ৰসাদ খাই বিষক্ৰিয়া : চিকিৎসাধীন ১০ শিশুসহ ৪০ গৰাকী লোক

ভদীয়া প্ৰসাদ খাই বিষক্ৰিয়া : চিকিৎসাধীন ১০ শিশুসহ ৪০ গৰাকী লোক

September 13, 2025 10:08 am
টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

September 13, 2025 8:56 am
দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

September 13, 2025 8:51 am
কংগোৰ খবৰ : দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ১৯৩ গৰাকীৰ

কংগোৰ খবৰ : দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ১৯৩ গৰাকীৰ

September 13, 2025 8:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভদীয়া প্ৰসাদ খাই বিষক্ৰিয়া : চিকিৎসাধীন ১০ শিশুসহ ৪০ গৰাকী লোক

ভদীয়া প্ৰসাদ খাই বিষক্ৰিয়া : চিকিৎসাধীন ১০ শিশুসহ ৪০ গৰাকী লোক

September 13, 2025 10:08 am
টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

September 13, 2025 8:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd