• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একাউন্টত ৩ বাৰতকৈ বেছি নগদ ধন জমা কৰিলে ভৰিব লাগিব চাৰ্জ; এছ বি আইৰ নতুন নিয়ম

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2019 10:14 am
Be ready, All India Bank strike ahead

প্ৰতীকী ছবি।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ আটাইতকৈ ডাঙৰ চৰকাৰী বেংক ভাৰতীয় ষ্টেট বেংকে (এছ বি আই) অহা ১ অক্টোবৰৰ পৰা চাৰ্ভিছ চাৰ্জৰ সালসলনি ঘটাব।

ইয়াৰ ভিতৰত বেংকত টকা জমা কৰা, টকা উলিওৱা, চেকৰ ব্যৱহাৰ, এটিএম লেনদেনৰ সৈতে জড়িত চাৰ্ভিছ চাৰ্জো আছে।

Apply Now

চাৰ্ভিছ চাৰ্জ সালসলনি সন্দৰ্ভত এছ বি আইয়ে ইয়াৰ ৱেবছাইটত এখন জাননীও জাৰি কৰিছে।

এছ বি আইয়ে যিকেইটা আটাইতকৈ গুৰুত্বপূৰ্ণ সালসলনি কৰিবলৈ গৈ আছে তাৰ ভিতৰত বেংকৰ একাউন্টত টকা জমা কৰা বিষয়টোও আছে।

বেংকৰ জাননী অনুসৰি, ১ অক্টোবৰৰ পাছত আপুনি এমাহত নিজৰ একাউন্টত মাত্ৰ ৩ বাৰহে বিনামূলীয়াকৈ টকা জমা কৰিব পাৰিব।

ইয়াতকৈ অধিক বাৰ যদি আপুনি টকা জমা কৰে তেতিয়াহ’লে প্ৰতিটো লেনদেনত ৫০টকা (জি এছ টি বাদ দি) চাৰ্জ ভৰিব লাগিব। বেংকে চাৰ্বিছ চাৰ্জত ১২ শতাংশ জি এছ টি কাটি লয়।

সেইদৰে আপুনি যেতিয়া চতুৰ্থ, পঞ্চম বা অধিকবাৰৰ বাবে টকা জমা কৰে তেতিয়া আপোনাৰ প্ৰতিবাৰে ৫৬ টকা অধিক ভৰিব লাগিব।

উল্লেখ্য যে বৰ্তমান কোনো বেংকতে একাউন্টত টকা জমা কৰাৰ ক্ষেত্ৰত কোনো বাধ্য বাধকতা নাই। যিকোনো ব্যক্তিয়ে নিজৰ একাউন্টত মাহটোত যিমান ইচ্ছা সিমান বাৰ টকা জমা কৰিব পাৰে।

আনহাতে, এছ বি আইয়ে চেক ৰিটাৰ্ণৰ নিয়মো কঠোৰ কৰিব। বেংকৰ জাননী অনুসৰি, ১ অক্টোবৰৰ পাছত কোনো চেক কাৰিকৰী কাৰণত যদি (বাউন্স হোৱাৰ বাহিৰে) ঘুৰাই লোৱা হয় তেতিয়া চেক প্ৰদান কৰা ব্যক্তিগৰাকীৰ ওপৰত ১৫০ টকাৰ লগতে জি এছ টি চাৰ্জ আৰোপ কৰা হ’ব। ইয়াত জিএছটিসহ চাৰ্জ হ’ব ১৬৮ টকা।

ইপিনে, এছ বি আইয়ে আৰ টি জি এছৰ ওপৰত লগোৱা চাৰ্জত ৰেহাই দিছে। ১ অক্টোবৰৰ পৰা বেংকটোৰ শাখাত গৈ আৰ টি জি এছ কৰাটো সস্তা হ’ব।

১অক্টোবৰৰ পৰা ২ ৰ পৰা ৫ লাখ টকা পৰ্যন্ত আৰ টি জি এছত ২০ টকা (জি এছ টি বাদ দি) চাৰ্জ দিব লাগিব।

আনহাতে, ৫ লাখ টকাৰ অধিক আৰ টি জি এছত ৪০ টকা(জি এছ টি বাদ দি) চাৰ্জ ভৰিব লাগিব।

সেইদৰে পৰা ২ ৰ পৰা ৫ লাখ টকা পৰ্যন্ত আৰ টি জি এছত ২৫ টকা আৰু ৫ লাখ টকাৰ অধিক আৰ টি জি এছত ৫০ টকা চাৰ্জ ভৰিব লাগিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd