• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষকৰ ট্ৰেক্টৰ ৰেলী: স্থগিতাদেশ জাৰি নকৰি উচ্চতম ন্যায়ালয়ে দায়িত্ব এৰিলে দিল্লী আৰক্ষীৰ ওপৰত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2021 1:16 pm
SC defers hearing on Centre's plea against f
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনা প্ৰতিবাদী কৃষকসকলে দিল্লীৰ ৰাজপথত উলিয়াবলগীয়া প্ৰস্তাৱিত ট্ৰেক্টৰ  ৰেলী স্থগিত কৰাৰ বাবে দিল্লী আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন খন সন্দৰ্ভত কোনো ৰায় দিবলৈ অসন্মতি প্ৰকাশ কৰে ন্যায়ালয়ে।

আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বড়ৰেই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আইন শৃংখলা ৰক্ষাৰ দায়িত্ব যিহেতু আৰক্ষীৰ বিষয় সেয়ে কৃষকৰ প্ৰস্তাৱিত ট্ৰেক্টৰ ৰেলীৰ ক্ষেত্ৰতো দিল্লী আৰক্ষীয়েই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব।

আদালতে বিষয়টো সন্দৰ্ভত অহা ২০ জানুৱাৰীত পুনৰ শুনানি গ্ৰহণ কৰিব।

উল্লেখ্য প্ৰায় ঢেৰ মাহ ধৰি দেশৰ ৰাজধানীৰ সীমান্ত অঞ্চলত প্ৰতিবাদৰত বিদ্ৰোহী কৃষকসকলৰ বাবে কিছুদিন পূৰ্বে কিছু সকাহ কঢ়িয়াই আনিছিল উচ্চতম ন্যায়ালয়ৰ এক ৰায়ে।

সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰক বিতৰ্কিত তিনিখন কৃষি আইন কাৰ্যকৰীকৰণত স্থগিতাদেশ জাৰি কৰাৰ পিছতে থমকি ৰ’বলগীয়া হৈছিল চৰকাৰ।

সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে বিতৰ্কিত কৃষি আইন সম্পৰ্কীয় এক গোচৰৰ শুনানি গ্ৰহণ কৰি কৈছিল যে কেন্দ্ৰই বিতৰ্কিত কৃষি আইনকেইখন কাৰ্যকৰীকৰণ স্থগিত নকৰিলে উচ্চতম ন্যায়ালয়ে নিজেই স্থগিত কৰিবলৈ বাধ্য হ’ব।

“দিনৰ পিছত দিন দিল্লীৰ ৰাজপথত বয়স্ক লোক, মহিলাই আন্দোলন কৰি আছে। চৰকাৰে এই পৰিস্থিতি দেখিও কিয় একো ব্যৱস্থা গ্ৰহণ কৰা নাই?” এই বুলিও দেশৰ শীৰ্ষ আদালতে প্ৰশ্ন কৰিছিল কেন্দ্ৰীয় চৰকাৰক।

কিয় বয়স্ক আৰু মহিলাসকলে আন্দোলনত অংশগ্ৰহণ কৰিছে সেয়া চৰকাৰে জানে নে নাই বুলিও প্ৰশ্ন কৰি মুখ্য ন্যায়াধীশ ববড়েই  কৈছিল, “আমি আজি পৰ্যন্ত কোনো সুদুত্তৰ পোৱা নাই। পৰিস্থিতি ক্ৰমশঃ সংকটজনক হৈহে গৈ আছে।”

মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কৈছিল— “আন্দোলন যাতে নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি নাযায়। আমি নিজৰ মানুহৰ তেজ চাব নোখোজো আৰু কোনো লোকৰ মৃত্যু আমি চাব নোখোজো।”

উল্লেখ্য যে কেন্দ্ৰৰ তিনিখন বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰচণ্ড শীতকো নেওচি দেশৰ হাজাৰ হাজাৰ কৃষকে যোৱা প্ৰায় ডেৰ মাহ ধৰি আন্দোলন কৰি আছে।

উক্ত আন্দোলকালীন সময়ত কৃষক আৰু চৰকাৰৰ মাজত ৯ লানি আলোচনা অনুষ্ঠিত হৈছে যদিও আলোচনাসমূহ সফল হোৱা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd