• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনআৰচিৰ খচৰাত নথকা লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন : উচ্চতম ন্যায়ালয়ৰ জাননী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2019 9:47 am
supreme-court_of_India

উচ্চতম ন্যায়ালয়। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এনআৰচি) চূড়ান্ত খচৰাত বাদ পৰা লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি দিয়া বিষয়ত প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আৱেদনৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, ভাৰতৰ নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰক জাননী জাৰি কৰিছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাক লৈ গঠিত এখন বিচাৰপীঠে গোপাল ঘোষ নামৰ এগৰাকী সামাজিক কৰ্মীয়ে দাখিল কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰি এই জাননী জাৰি কৰে।

বাতৰি অনুসৰি অসমৰ শিৱসাগৰ জিলাৰ এগৰাকী বাসিন্দা সুশান্ত সেনৰ গোচৰ সম্পৰ্কত এই আৱেদন জনোৱা হৈছিল। আৱেদনকাৰীৰ অধিবক্তা পীযুষ কে ৰয়ে কয় যে সেনৰ নাম যোৱা ৩০ জুলাইত প্ৰকাশ পোৱা এনআৰচিৰ চূড়ান্ত খচৰাত নহাৰ পাছত ভোটাৰ তালিকাৰ পৰা কাটি দিয়া হৈছে।

আৱেদনখনত কোৱা হৈছে যে সেনৰ নাম ২০১৪ চনৰ ভোটাৰ তালিকাত আছিল কিন্তু এনআৰচিত নাম নহাৰ বাবে তেওঁৰ নামটো কাটি দিয়া হয়। তাৎপৰ্যপূৰ্ণভাৱে আৱেদনকাৰীৰ পৰিয়ালৰ আন সদস্যৰ নাম খচৰা এনআৰচিত অন্তৰ্ভুক্ত হৈছে।

আৱেদনখনত লগতে কোৱা হৈছে যে সম্প্ৰতি জন্মসূত্ৰে বা অইন কোনো দিশেৰে ভাৰতীয় নাগৰিকৰ এক বৃহৎ সংখ্যক, যিসকল পূৰ্বৰে পৰা অসমৰ বাসিন্দা আৰু প্ৰাপ্ত বয়স্ক হোৱাৰে পৰা ভোটদান কৰি আহিছে, তেওঁলোকৰ নাম হঠাতে এনআৰচিৰ পৰা বাদ পৰা পাছতে ভোটাৰ তালিকাৰ পৰা কাটি দিয়াত তেওঁলোক আইনগত অধিকাৰৰ পৰা বঞ্চিত হ’বলৈ আগবাঢ়িছে।

তদুপৰি, আৱেদখনত ‘চূড়ান্ত এনআৰচি প্ৰকাশৰ পূৰ্বেই অসমৰ ভোটাৰ তালিকাৰ পৰা বৃহৎ সংখ্যক লোকৰ নাম কাটি দিয়াটো বৈষম্যমূলক, স্বেচ্ছাচাৰী আৰু অবৈধ তথ নাগৰিকত্ব আইন ১৯৮৫ৰ ৬(ক) ধাৰা আৰু ৰিপ্ৰেজেন্টেশ্যন অৱ পিপুলছ এক্ট ১৯৫১ অনুসৰি প্ৰদান কৰা সা-সুবিধাৰ উলংঘন হিচাপে’ ঘোষণা কৰাৰ আহ্বান জনোৱা হৈছিল।

ইয়াৰ লগতে আৱেদনখনত খচৰা এনআৰচিত বাদ পৰা অসমৰ ভোটাৰ তালিকাৰ পৰা কাটি দিয়া নামসমূহ পুনৰ অন্তৰ্ভুক্ত কৰাৰ বাবে নিৰ্দেশ দিবলৈ আহ্বান জনাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd