NORTHEAST NOW (Assamese)

১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব সকলো শ্ৰেণীৰ পাঠদান

September 28, 2021 4:31 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 28, 2021 5:27 pm

ৰাজ্যত অনাগত দুৰ্গা পূজাৰ পিছতেই বিদ্যালয় সম্পূৰ্ণৰূপে খুলি দিয়া হ’ব।

১৯ অক্টোবৰৰ পৰা সকলো শ্ৰেণীৰ পাঠদান পুনৰ আৰম্ভ হ’ব।

মঙ্গলবাৰে এই কথা ঘোষণা কৰিছে অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।

প্ৰতিটো শ্ৰেণীতে সপ্তাহত তিনিদিনকৈ পাঠদান কৰা হ’ব।

বিদ্যালয় সমূহ খুলিলেও সকলো ক’ভিদ নীতি পালন কৰিব লাগিব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।

Related News