• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Microplastics in human breast milk: মাতৃদুগ্ধত প্লাষ্টিক! মাতৃসকলে শীঘ্ৰেই কি কৰা উচিত? কি পৰামৰ্শ বিজ্ঞানীসকলৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2022 7:28 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Microplastics found in human breast milk শেহতীয়া এক পৰীক্ষাই আনকি বিজ্ঞানীসকলকো হতবাক কৰি তুলিছে। এটা বা দুটা নহয়, তেওঁলোকে অলপতে ৩৪ গৰাকী মহিলাকলৈ এটা পৰীক্ষা কৰিছিল। তেওঁলোক সকলোৱে নতুন মাতৃ হৈছে। তেওঁলোক প্ৰত্যেকেই স্বাভাৱিকধৰণে স্বাস্থ্যৱান আৰু নিৰোগী। বিজ্ঞানীসকলে এনে ৩৪ গৰাকী মাতৃৰ স্তন্য পৰীক্ষা কৰি  বিচাৰি পাইছে এক ভয়ানক তথ্য। দেখা গৈছে যে ৭৫ শতাংশ গাখীৰতে আছে মাইক্ৰ’প্লাষ্টিক। তদুপৰি, ইয়াত পোৱা আন কেইবাটাও ৰাসায়নিক পদাৰ্থইয়ো উদ্বেগ বৃদ্ধি কৰিছে।

এই পৰীক্ষাটো অলপতে ৰোমত চলোৱা হৈছিল। বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি মাতৃ আৰু শিশুৰ স্বাস্থ্য আৰু ভৱিষ্যতৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি আহিছে। কেইবাটাও পৰীক্ষাৰ পিছত কিছুমান ভয়ানক তথ্য হাতলৈ আহে। তাৰ পিছতে তেওঁলোকে এই পৰীক্ষাটো চলায়।

লগতে পঢ়ক: বিজেপি চৰকাৰৰ বিকাশৰ ছবি! ‘সময় পালে আমাৰ পিনে এবাৰ আহি চাবা’

চিকিৎসকলৰ মতে শিশুৰ পুষ্টি আৰু ভৱিষ্যতৰ সুস্বাস্থ্যৰ বাবে মাতৃৰ গাখীৰ অতি গুৰুত্বপূৰ্ণ। পৰীক্ষাগাৰত পেকিং বা পৃথক কৰি তৈয়াৰ কৰা কোনো খাদ্য বা পানীয় ইয়াৰ এক বিকল্প হ’ব নোৱাৰে। আৰু সেইকাৰণে চিকিৎসকসকলে বেছিভাগ মাতৃক স্তন্যপান কৰোৱাৰ পৰামৰ্শ দিয়ে।

কিন্তু বিজ্ঞানীসকলৰ হাতত অহা শেহতীয়া তথ্যই তেওঁলোকক সন্ত্ৰস্ত কৰি তুলিছে। তেতিয়াহ’লে মাকৰ গাখীৰো আৰু সুৰক্ষিত নহয় নেকি? বিজ্ঞানীসকলে কয় যে প্ৰদূষণ আৰু প্লাষ্টিকৰ বৰ্ধিত ব্যৱহাৰৰ বাবে পৰিস্থিতি সেই দিশলৈকে আগবাঢ়িছে।

সাম্প্ৰতিক পৰিস্থিতিত বিজ্ঞানীসকলে তেওঁলোকে কি পৰামৰ্শ দিছে? বিজ্ঞানীসকলে হ’বলগীয়া বা সদ্য মাতৃ হোৱা সকলক কিছু পৰামৰ্শ দিছে। এইবোৰ মানি চলিলে তেওঁলোকে বিশ্বাস কৰে যে মাতৃদুগ্ধত মাইক্ৰ’প্লাষ্টিকৰ পৰিমাণ বহুক্ষেত্ৰত হ্ৰাস কৰিব পৰা যাব।

লগতে পঢ়ক: হিতেশ্বৰ শইকীয়াৰো আছিল প্ৰিয়, প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ‘প্ৰহাৰ কৰা’ অমিত শ্বাহৰো প্ৰিয় হিমন্ত বিশ্ব শৰ্মা!

  • প্ৰথমতে প্লাষ্টিকৰ পেকেট বা বাটিত ৰখা খাদ্য বাদ দিবলৈ কোৱা হৈছ। তেওঁলোকৰ মতে সেইবোৰৰ পৰা সাধাৰণতে খাদ্যত বেছি মাইক্ৰ’প্লাষ্টিক  মিহলি হৈছে। সেইবোৰ তেজৰ জৰিয়তে স্তনত গৈ উপনীত হৈছে।
  • ইয়াৰ উপৰিও, তেওঁলোকে প্লাষ্টিকৰ পাত্ৰ বা বটলত ৰখা পানী পৰিহাৰ কৰিবলৈও কৈছে।
  • সাগৰীয় মাছ বা প্ৰাণীবোৰক খাদ্যৰ তালিকাৰ পৰা বাদ দিবলৈ কোৱা হৈছে। সেইবোৰৰ শৰীৰতো বৃহৎ পৰিমাণত মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে। যি খাদ্যৰ সৈতে শৰীৰত প্ৰৱেশ কৰিছে।
  • প্লাষ্টিকৰ কন্টেইনাৰ বা টিউবত অহা টুথপেষ্ট বা প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰাৰো পৰামৰ্শ দিয়া হৈছে।
  • আনকি ছিন্থেটিক কাপোৰৰ পৰাও মাইক্ৰ’প্লাষ্টিক শৰীৰত প্ৰৱেশ কৰিব পাৰে। এই মাৰাত্মক বস্তুটো ছালৰ ছিদ্ৰৰ লগতে মুখৰেও প্ৰৱেশ কৰিব পাৰে।

বিজ্ঞানীসকলে শিশুসকলৰ বাবেও কিছুমান গুৰুত্বপূৰ্ণ কথা কৈছে।

লগতে পঢ়ক: মুছলমান জনসংখ্যাৰ সন্দৰ্ভত ওৱাইচিৰ মন্তৱ্য, ‘আমিহে অধিক কণ্ডম ব্যৱহাৰ কৰোঁ’

  • প্ৰথমতে প্লাষ্টিকৰ খোৱা বটলত খুওৱাৰ বিষয়ে সাৱধান হ’বলৈ কোৱা হৈছে। ইয়াৰ পৰাও মাইক্ৰ’প্লাষ্টিক শিশুৰ শৰীৰলৈ যাব পাৰে।
  • তেওঁলোকে শিশুসকলক গৰুৰ গাখীৰ খুওৱাৰ বিষয়েও সতৰ্ক কৰি দিছে। কিয়নো গৰুৰ গাখীৰতো সাংঘাতিক পৰিমানে এই প্লাষ্টিক পোৱা গৈছে।

এই সকলো মিলি মানৱ জাতিৰ ভৱিষ্যত এক ভয়ংকৰ পৰ্যায়ত উপনীত হৈছে। এয়াই বিজ্ঞানীসকলৰ শংকা। যদি প্লাষ্টিক সম্পূৰ্ণৰূপে পৰিত্যাগ কৰা নহয়, তেন্তে এই পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ আশংকা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd