• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২১ চনৰ প্ৰশ্ন কাকতৰেই হ’ব এইবাৰৰ মেট্ৰিক পৰীক্ষা; আনুষ্ঠানিকভাৱে জনালে ছেবাই

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
March 7, 2022 6:32 pm
seba
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাৰ বাবে যোৱা বৰ্ষত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ’ল। সেয়ে, ২০২১ চনৰ প্ৰশ্ন কাকতৰেই এইবাৰৰ মেট্ৰিক পৰীক্ষা হ’ব।

অব্যৱহৃত সেই প্ৰশ্নকাকত আৰু উত্তৰ বহী এইবাৰৰ পৰীক্ষাত ব্যৱহাৰ কৰা হ’ব বুলি মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা কৰ্তৃপক্ষই জানিবলৈ দিছে।

সোমবাৰে এক জাননী জাৰি কৰি ‘ছেবা’ই এইকথা সদৰী কৰিছে।

উল্লেখ্য যে যোৱা বৰ্ষৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা কৰ’না পৰিস্থিতিৰ বাবে অনুষ্ঠিত কৰা নহ’ল আৰু আভ্যন্তৰীণ মূল্যায়নৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ ফলাফল ঘোষণা কৰা হয়।

অৱশ্যে সেইবাৰ পৰীক্ষাৰ বাবে প্ৰশ্নকাকত আৰু উত্তৰ বহীসমূহ সম্পূৰ্ণ প্ৰস্তুত কৰা হৈছিল যদিও সেইসমূহ ব্যৱহৃত নোহোৱাত প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ এৰাই চলিবলৈ সেইবোৰ এইবাৰ পৰীক্ষাত ব্যৱহাৰ কৰা হ’ব বুলি ছেবাই সদৰী কৰে।

আনহাতে, ছেবাই জাননীত জনায় যে ২০২১চনৰ ২ ছেপ্টেম্বৰত এক পত্ৰযোগে মেট্ৰিক পৰীক্ষাৰ বাবে ঘোষণা কৰা পাঠ্যক্ৰমৰ ভিত্তিতে এই প্ৰশ্নকাকত প্ৰস্তুত কৰা হৈছে।  

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

September 13, 2025 1:39 pm
স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰে’লপথ পালে মিজোৰামে : নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে দিল্লী সংযোগী ৰে’ল

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰে’লপথ পালে মিজোৰামে : নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে দিল্লী সংযোগী ৰে’ল

September 13, 2025 1:05 pm
নিয়ম উলংঘা কৰাৰ বাবে RBIয়ে PhonePeক বিহিলে ২১ লাখ টকাৰ জৰিমনা

নিয়ম উলংঘা কৰাৰ বাবে RBIয়ে PhonePeক বিহিলে ২১ লাখ টকাৰ জৰিমনা

September 13, 2025 1:01 pm
ভাৰতে কিয় পাকিস্তানৰ সৈতে ক্ৰিকেট খেলিব লাগিব? উত্তৰ দিলে অনুৰাগ ঠাকুৰে

ভাৰতে কিয় পাকিস্তানৰ সৈতে ক্ৰিকেট খেলিব লাগিব? উত্তৰ দিলে অনুৰাগ ঠাকুৰে

September 13, 2025 12:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

September 13, 2025 1:39 pm
স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰে’লপথ পালে মিজোৰামে : নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে দিল্লী সংযোগী ৰে’ল

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰে’লপথ পালে মিজোৰামে : নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে দিল্লী সংযোগী ৰে’ল

September 13, 2025 1:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd