• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
June 27, 2022 9:03 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

170
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা-২০২২ৰ ফলাফল।

বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

 

ধৃতিৰাজ বাস্তৱ কলিতা

দেওমৰনৈ উঃ মাঃ বিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ।

তেওঁ মুঠ নম্বৰ লাভ কৰিছে – ৪৯১

দ্বিতীয় স্থানত আছে চল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়ৰ অলংকৃতা গৌতম বৰুৱা।

তেওঁ মুঠ নম্বৰ পাইছে- ৪৮৮

তৃতীয় স্থান লাভ কৰিছে  কনচেপ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁওৰ সুৰজিত সূত্ৰধৰে।

মুঠ নম্বৰ পাইছে ৪৮৬

চতুৰ্থ স্থানত আছে কনচেপ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁওৰ ঋত্বিক কুমাৰ সূত।

লগতে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁওৰ আলড্ৰিন নাথ

মুঠ নম্বৰ পাইছে ৪৮২।

পঞ্চম স্থানত আছে চল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়ৰ  আইমন চোৱাইব।

লগতে  কনচেপ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁওৰ ৰোহন শইকীয়া।

দুয়ো মুঠ নম্বৰ পাইছে- ৪৮১

ষষ্ঠ স্থান লাভ কৰিছে  ড০ ৰাধাকৃষ্ণন স্কুল অৱ আৰ্টচ, কমাৰ্চ এণ্ড চায়েন্স, ডিব্ৰুগড়ৰ অভিলাষ দত্তই।

তেওঁ মুঠ নম্বৰ পাইছে- ৪৭৮

সপ্তম স্থানত আছে  দমদমা উঃ মাঃ বিদ্যালয়, কামৰূপৰ দেৱব্ৰত কলিতা আৰু বৈভৱ সোণোৱাল, ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও

দুয়োৰে মুঠ নম্বৰ হৈছে- ৪৭৭

অষ্টম স্থানত আছে  প্ৰজ্ঞা একাডেমী, যোৰহাটৰ গৌৰাংগ ভূঞা।

তেওঁৰ মুঠ নম্বৰ হৈছে- ৪৭৬

নৱম স্থান লাভ কৰিছে  সপ্তঋষি কলিতা, কৃষ্ণকান্ত সন্দিকৈ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, বজালী,

দেৱাশীষ শৰ্মা, কনচেপ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও,

বিক্ৰম নাথ, ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও আৰু প্ৰীতম সৰকাৰ, ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও

তেওঁলোকৰ মুঠ নম্বৰ – ৪৭৫

দশম স্থানত আছে  ভৱানীপুৰ উঃমাঃ বিদ্যালয়, বজালীৰ সূৰজিত সাহা, অন্তৰীক্ষা মজুমদাৰ, দত্ত, ড০ ৰাধাকৃষ্ণন স্কুল অৱ আৰ্টচ, কমাৰ্চ এণ্ড চায়েন্স, ডিব্ৰুগড়,

 প্ৰজ্ঞা একাডেমী, যোৰহাটৰ দেৱজ্ঞান বৰদলৈ, কৃসন হৰলালকা, প্ৰজ্ঞা একাডেমী, যোৰহাট আৰু  কটন বিশ্ববিদ্যালয়, গুৱাহাটীৰ বেদান্ত শৰ্মা।

তেওঁলোকৰ মুঠ নম্বৰ হৈছে- ৪৭৪

Recent News

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

১১ জন স্বামীক হত্যা! দ্বাদশ বিবাহৰ পিছত ধৰা পৰিল ‘ছিৰিয়েল কিলাৰ’ মহিলা! শিহৰণকাৰী ঘটনা

১১ জন স্বামীক হত্যা! দ্বাদশ বিবাহৰ পিছত ধৰা পৰিল ‘ছিৰিয়েল কিলাৰ’ মহিলা! শিহৰণকাৰী ঘটনা

‘ভোট চুৰি’ৰ প্ৰসংগত দল বিৰোধী মন্তব্য কৰি মন্ত্ৰীত্ব হেৰুৱালে কৰ্ণাটকৰ মন্ত্ৰী কেন এন ৰাজন্যই

‘ভোট চুৰি’ৰ প্ৰসংগত দল বিৰোধী মন্তব্য কৰি মন্ত্ৰীত্ব হেৰুৱালে কৰ্ণাটকৰ মন্ত্ৰী কেন এন ৰাজন্যই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd