• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

HS Result 2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাণিজ্য শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
June 27, 2022 9:00 am
HS result 2022
172
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা- ২০২২ ৰ ফলাফল।

ঘোষিত ফলাফল অনুসৰি বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে বিবেকানন্দ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, কাছাৰৰ সাগৰ আগৰৱালে।

তেওঁ মুঠ ৪৮২ নম্বৰ লাভ কৰিছে।

সাগৰ আগৰৱাল

দ্বিতীয় স্থানত আছে ক্ৰিজেন্ট একাডেমী, যোৰহাটৰ মানসজ্যোতি বৰঠাকুৰ।

তেওঁ মুঠ নম্বৰ লাভ কৰিছে ৪৭৬।

তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে নিখিল গুপ্তা, আৰ ডি চিনিয়ৰ চেকেণ্ডাৰী স্কুল, তিনিচুকীয়া।

তেওঁৰ মুঠ নম্বৰ হৈছে ৪৭৪।

চতুৰ্থ স্থানত আছে পিবি কলেজ, ধুবুৰীৰ নেনচি খেটাৱট, প্ৰিয়াক্ষী ঘোষ, পি আৰ চৰকাৰী উঃমাঃ আৰু বহুমুখী বিদ্যালয়, গোৱালপাৰা

দুয়োৰে মুঠ নম্বৰ হৈছে ৪৭৩।

পঞ্চম স্থান লাভ কৰিছে প্ৰথম আগৰৱাল, শিৱসাগৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, শিৱসাগৰ।

মুঠ নম্বৰ পাইছে ৪৭২।

ষষ্ঠ স্থানত আছে পি আৰ চৰকাৰী উঃমাঃ আৰু বহুমুখী বিদ্যালয়, গোৱালপাৰাৰ মৃণাল ৰায়, কে চি দাস কমাৰ্চ কলেজ, গুৱাহাটীৰ দ্বীপক লোধা।

মুঠ নম্বৰ পাইছে ৪৬৮।

সপ্তম স্থান লাভ কৰিছে বন্দনা বলদেৱা, শিৱসাগৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, শিৱসাগৰ।

মুঠ নম্বৰ পাইছে- ৪৬৬

অষ্টম স্থান লাভ কৰিছে নগাঁও চৰকাৰী বালক উঃ মাঃ বিদ্যালয়,নগাঁওৰ চিমৰন সুৰাণাই।

মুঠ নম্বৰ লাভ কৰিছে- ৪৬৫।

নৱম স্থানত আছে চন্দন বৰা, গীতাঞ্জলি চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও।

তেওঁৰ মুঠ নম্বৰ হৈছে- ৪৬১।

দশম স্থান লাভ কৰিছে প্ৰিয়াংশু দাস, সোণাৰি বাণিজ্য মহাবিদ্যালয়, চৰাইদেউ
মুঠ নম্বৰ পাইছে- ৪৬০।

Recent News

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

১১ জন স্বামীক হত্যা! দ্বাদশ বিবাহৰ পিছত ধৰা পৰিল ‘ছিৰিয়েল কিলাৰ’ মহিলা! শিহৰণকাৰী ঘটনা

১১ জন স্বামীক হত্যা! দ্বাদশ বিবাহৰ পিছত ধৰা পৰিল ‘ছিৰিয়েল কিলাৰ’ মহিলা! শিহৰণকাৰী ঘটনা

‘ভোট চুৰি’ৰ প্ৰসংগত দল বিৰোধী মন্তব্য কৰি মন্ত্ৰীত্ব হেৰুৱালে কৰ্ণাটকৰ মন্ত্ৰী কেন এন ৰাজন্যই

‘ভোট চুৰি’ৰ প্ৰসংগত দল বিৰোধী মন্তব্য কৰি মন্ত্ৰীত্ব হেৰুৱালে কৰ্ণাটকৰ মন্ত্ৰী কেন এন ৰাজন্যই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd