• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সু-লেখক, ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক আয়ুষ্মান দত্তৰ বিয়োগ; গুৱাহাটী প্ৰেছ ক্লাবৰ শোক প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2021 7:33 am
92712696_10223985204397192_8694834473805545472_n
266
VIEWS
Share on FacebookShare on Twitter

কোভিড -১৯ৰ বিৰুদ্ধে অৱশেষত হাৰ মানিলে জ্যেষ্ঠ সাংবাদিক তথা ৰাজ্যখনৰ অন্যতম সু-লেখক আয়ুষ্মান দত্তই।

সোমবাৰে সন্ধিয়া কোভিড-১৯ত আক্ৰান্ত জ্যেষ্ঠ সাংবাদিকগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটে। সাংবাদিকগৰাকী গুৱাহাটীৰ হায়াট হাস্পাতালত চিকিৎসাধীন হৈ আছিল।

জ্যেষ্ঠ সাংবাদিকগৰাকীৰ চিকিৎসাৰ বাবে প্লাজমাৰ প্ৰয়োজন হৈছিল যদিও পৰিয়াল তথা বন্ধুবৰ্গই চেষ্টা কৰিও সময়মতে প্লাজমা যোগাৰ কৰিব নোৱাৰিলে।

তদুপৰি, আয়ুষ্মান দত্তৰ পৰিয়াল তথা বন্ধুবৰ্গই  Tocilizumab নামৰ ইনজেকশ্যনটো যোগাৰ কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছিল।

কিন্তু ইনজেকশ্যনটো গুৱাহাটীত উপলব্ধ নাছিল। দত্তক ভেন্টিলেটৰ ছাপোৰ্টত ৰখা হৈছিল।

আয়ুষ্মান দত্ত দ্য ছেন্টিনেল কাকতৰ Melange ৰ সম্পাদক আছিল। তেওঁ উত্তৰ-পূব ভাৰতৰ লোক পৰম্পৰা-সংস্কৃতিৰ এগৰাকী বিশেষজ্ঞ আছিল।

গুৱাহাটী ইন্টাৰনেশ্যনেল মিউজিক ফেষ্টিভেলৰো তেওঁ প্ৰতিষ্ঠাপক তথা বাটকটীয়া আছিল। আয়ুষ্মান দত্তই উত্তৰ-পূৰ্বাঞ্চলৰ লোক পৰম্পৰা তথা জীৱন আৰু সংস্কৃতিৰ ওপৰত কেইবাখনো তথ্যচিত্ৰ পৰিচলনা কৰিছিল।

তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ সংগীত, নৃত্য আৰু সংস্কৃতিৰ বিষয়ে এখন গ্ৰন্থ লিখাৰ উপৰি হৰ্ণবিল ফেষ্টিভেল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য সংস্কৃতি সম্পৰ্কেও গ্ৰন্থ ৰচনা লিখি গৈছে।

সাংবাদিকতাৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰা সাংবাদিকজনৰ এই অকাল মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছে।

এক শোক বাৰ্তাত গুৱাহাটী প্ৰেছ ক্লাৱে কয়, ‘’সাংবাদিকতা, সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰত সদ্য প্ৰয়াত আয়ুষ্মান দত্তই আগবঢ়োৱা অৱদান অতুলনীয়। দত্তৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁৰ সৃষ্টিৰাজি সংৰক্ষণৰ আহ্বান জনালোঁ।‘’

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd