• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ল’কডাউনৰ মাজতে গুৱাহাটীত কেইবা কাৰ্টন কফ চিৰাপৰ সৈতে এজনক আটক

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 29, 2020 7:25 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ মাজতে মহানগৰীৰ হাতীগাঁও লৰ্ড এপাৰ্টমেণ্টত আজি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰা হয়। দিছপুৰ আৰক্ষীৰ অভিযানত জব্দ হোৱা কেইবা কাৰ্টন অবৈধ কফ চিৰাপ চ এছ-০২ এফ-৯৩০৫ নম্বৰৰ এখন হুণ্ডা আই-১০ গাড়ীত ৰখা হৈছিল।

কাৰ্টন ভৰ্তি গাড়ীখনৰ পৰা আৰক্ষীয়ে ১১০০টা কফ চিৰাপৰ বটল জব্দ কৰে। জব্দ কৰা বটলখিনিৰ মূল্য প্ৰায় ১ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

নিচাযুক্ত সামগ্ৰীখিনিৰ সৈতে মেহদি আলম নামৰ এজন ব্যক্তিক আটক কৰা হয়। ধৃত আলমৰ ঘৰ নগাঁও জিলাত।

দিছপুৰ আৰক্ষীৰ এটা সূত্ৰই জনোৱা মতে পশ্চিমবংগৰ পৰা অনা সামগ্ৰীখিনি নগাঁৱত বিক্ৰী কৰিবলৈ নিয়াৰ যো-জা চলাই থকাৰ সময়তে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই সামগ্ৰীখিনি জব্দ কৰে।

Recent News

CAA ৰ অধীনত কিমানে পালে ভাৰতীয় নাগৰিকত্ব? তথ্য দিবলৈ অস্বীকাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

CAA ৰ অধীনত কিমানে পালে ভাৰতীয় নাগৰিকত্ব? তথ্য দিবলৈ অস্বীকাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

এইবাৰ বাৰাবাংকি মন্দিৰত আতংক! বিদ্যুতৰ তাঁৰ ছিঙি ২ জনৰ মৃত্যু,পদপিষ্টৰ ঘটনাত আহত ৩২ জন

এইবাৰ বাৰাবাংকি মন্দিৰত আতংক! বিদ্যুতৰ তাঁৰ ছিঙি ২ জনৰ মৃত্যু,পদপিষ্টৰ ঘটনাত আহত ৩২ জন

ডিব্ৰুগড়ত উন্মুক্ত টেংকীত পৰি মৃত্যু এটি ৭ বছৰীয়া শিশুৰ

ডিব্ৰুগড়ত উন্মুক্ত টেংকীত পৰি মৃত্যু এটি ৭ বছৰীয়া শিশুৰ

উত্তৰ-পূব ভাৰতত আটাইতকৈ কম গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰা হয়; সবাৰো আগত দিল্লী

উত্তৰ-পূব ভাৰতত আটাইতকৈ কম গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰা হয়; সবাৰো আগত দিল্লী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd